Nabagraha Mandal , OBC Morcha

Nabagraha Mandal , OBC Morcha

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Nabagraha Mandal , OBC Morcha, Political organisation, nabagraha , chandangiri silpukhuri guwahati Assam, Gauhati.

20/02/2026
20/02/2026

ভাৰতৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক আজি কিছুসময় পূৰ্বে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মাননীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়াই মা কামাখ্যাৰ পবিত্ৰ ভূমিলৈ উষ্ম আদৰণি জনায়।


20/02/2026

With BJP Assam Pradesh – I just got recognized as one of their top fans! 🎉

20/02/2026

প্ৰিয় অসমবাসী,

আজি মোৰ ৰাজনৈতিক জীৱনৰ এয়া এক গভীৰ আৰু অতি বিশেষ মুহূৰ্ত। অসম বিধান সভাৰ ১৫সংখ্যক অধিৱেশন সমাপ্ত হোৱাৰ লগে লগে ২০০১ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে শপত লোৱাৰ পৰা আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে আপোনালোকৰ সেৱা আগবঢ়োৱালৈ--- এই ২৫ বছৰৰ দীঘলীয়া পৰিক্ৰমাই মোৰ মনত দোলা দিছে, মোক নষ্টালজিক কৰি তুলিছে।

এই ৰূপালী যাত্ৰা কেৱল ৰাজনীতিৰ নহয়; ই হৈছে জনসেৱা, সংকল্প আৰু ‘আই অসমী’ৰ প্ৰতি অকৃত্ৰিম মৰম-দায়িত্বৰ এক বিচিত্ৰ অধ্যায়। বিধান সভাৰ পৱিত্ৰ মজিয়াত এজন নতুন বিধায়ক হিচাপে যিদৰে কণ্ঠ তুলিছিলোঁ; আজিও সেই একেই উৎসাহ, একেই দায়িত্ববোধ লৈ ৰাজ্যখনক আগুৱাই নিবলৈ চেষ্টা কৰি আছোঁ।

গ্ৰামোন্নয়ন, শিক্ষা সংস্কাৰ, মেধাৱী শিক্ষাৰ্থীৰ বাবে বৃত্তি, যুৱ শক্তিলৈ উপহাৰ আৰু অৰ্থনীতিৰ উন্নয়নৰ লগতে বিভিন্ন পদক্ষেপৰ মাজেৰে শাসনৰ সূক্ষ্ম দিশসমূহ বুজিবলৈ শিকিছিলোঁ। ২০২১ চনত আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি এখন দৃঢ়, বিকাশশীল আৰু আত্মবিশ্বাসী অসম গঢ়াৰ লক্ষ্য লৈ আগুৱাইছোঁ। এই যাত্ৰাত আপোনালোকৰ বিশ্বাস আৰু স্নেহেই মোৰ আটাইতকৈ ডাঙৰ শক্তি। আগলৈও মোৰ মাতৃভূমিৰ সেৱাত নিজকে সমৰ্পিত কৰি ৰাখিবলৈ আপোনালোকৰ লগতে ঈশ্বৰৰ আশিস বিচাৰিম৷

অহা ২৫ বছৰো হওক উন্নয়ন, শান্তি আৰু সমৃদ্ধিৰ এক নতুন অধ্যায়। 🙏

জয় হিন্দ। জয় আই অসম।

Photos from Himanta Biswa Sarma's post 08/02/2026
08/02/2026

গৌৰৱ গগৈৰ চাৰিজনীয়া পৰিয়ালৰ তিনিজনেই বিদেশী নাগৰিক। অসমবাসীৰ বাবে তাতোকৈ দুৰ্ভাগ্যজনক কথা যে অসমৰ ভোটেৰে নিৰ্বাচিত হৈ সাংসদ হোৱা গৌৰৱ গগৈৰ দুয়োটি সন্তান আহোম অথবা হিন্দুও নহয় ।

Want your business to be the top-listed Government Service in Gauhati?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Website

Address


Nabagraha , Chandangiri Silpukhuri Guwahati Assam
Gauhati
781003