xopun jatra

xopun jatra Motivational quotes পাবলৈ আমাৰ পেজটো Page টো Follow কৰি ৰাখিব।

29/10/2026

জীৱনে সকলো বিচৰামতে নিদিয়ে, কিন্তু প্ৰতিটো অভিজ্ঞতাই আমাক কিবা নহয় কিবা শিকাই যায়।
​

কথাটো হয় নে বাৰু!
28/10/2026

কথাটো হয় নে বাৰু!

28/10/2026

আপুনি ৩দিন নোখোৱাকৈ থাকক
সমাজে আপোনাক উভতিও নাচায়
এদিন কিবা এটা ভুল কৰক সেই একেখন
সমাজেই আপোনাক লৈ বিচাৰ কৰাত লাগি
যাব এইটোৱেই বাস্তৱতা

26/10/2026

তৰ্কত জিকাটো বুদ্ধিমানৰ কাম নহয়।
বৰঞ্চ মুৰ্খৰ লগত তৰ্ক নকৰা হ'ল বুদ্ধিমানৰ কাম।

25/10/2026

প্ৰেম এক স্বৰ্গীয় অনুভূতি ই যদি পানীৰ দৰে তৰল হ'লহেতেন তেনেহলে গোটেই পৃথিৱী হয়তো পানীত ডুব গ'ল হেতেন।

24/10/2026

নিজৰ মা আৰু স্ত্ৰীক কেতিয়াও অপমান আৰু অসন্মান নকৰিব।

23/10/2026

কেতিয়াও কাকো কথা কোৱাৰ বাবে বাৰে বাৰে অনুৰোধ নকৰিবা।
যাৰ ওচৰত তোমাৰ সচাঁ অৰ্থত মূল্য থাকিব তেওঁ হাজাৰ ব্যস্ততাৰ মাজতো সময় উলিয়াই তোমাৰ লগত কথা পাতিব।



Create a thumbnail 9:16 size

22/10/2026

অতিৰিক্ত ভালপোৱাৰে আৰম্ভ হোৱা এটা কাহিনী অতিৰিক্ত অৱহেলাৰে শেষ হৈ যায়

21/10/2026

কাৰোবাক ভাল পাবলৈ বেছি সময় নালাগে কিন্তু কাৰোবাক পাহৰিবলৈ গোটেই জীৱন লাগি যায়।

20/10/2026

বৰষুণ দিলে গম পোৱা যায়
ঘৰৰ চালত কত ফুটা আছে।
ঠিক সেইদৰে বিপদ আহিলে
গম পোৱা যায় কিমান আপোন মানুহ আছে।

Address

Hojai

Website

Alerts

Be the first to know and let us send you an email when xopun jatra posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category