BJP Hojai Mandal

Call Website Contact the organization

BJP Hojai Mandal HOJAI MANDAL Is Very Strong Mandal in Hojai District BJP.

03/10/2026
03/10/2026

BJP Assam Pradesh Himanta Biswa Sarma

03/10/2026

আমাৰ মৰমৰ বিধায়ক শ্ৰীযুত Shiladitya Dev মহোদয়ে Indian National Congress আৰু বামপন্থী সকলক ভাৰতবৰ্ষৰ ৰাইজৰ ওপৰত অতীত কৰি যোৱা অত্যাচাৰৰ বিষয়ে বিস্তাৰিত ভাবে বৰ্ণনা কৰিছে।।

উন্নয়ন আৰু সমৃদ্ধিৰে আগবাঢ়িব নগাঁও...নগাঁৱৰ ভৱিষ্যত, নগাঁৱৰ গৌৰৱ...আমাৰ সকলোৰে আপোন, নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোন...
20/09/2026

উন্নয়ন আৰু সমৃদ্ধিৰে আগবাঢ়িব নগাঁও...

নগাঁৱৰ ভৱিষ্যত, নগাঁৱৰ গৌৰৱ...
আমাৰ সকলোৰে আপোন, নগাঁও লোকসভা সমষ্টিৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সন্মানীয় শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়া ।

ৰাইজৰ সেৱাৰ বাবে সদা তৎপৰ, নিঃস্বাৰ্থভাৱে কাম কৰি যোৱা এজন নিষ্ঠাবান নেতা।

নগাঁৱৰ সৰ্বাংগীন উন্নয়নৰ বাবে আহক আমি সকলোৱে একেলগে ওলাই আহোঁ আৰু পদুম ফুলত ভোট দিওঁ।

আপোনাৰ মূল্যবান ভোটটো বিজেপিৰ সপক্ষে প্ৰদান কৰক।

সন্ধিয়া হোজাই চহৰ মাজ মজিয়াত স্থিত বিভূতি ভূষণ গেষ্ট হাউচত হোজাই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী Shiladit...
22/03/2026

সন্ধিয়া হোজাই চহৰ মাজ মজিয়াত স্থিত বিভূতি ভূষণ গেষ্ট হাউচত হোজাই সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী Shiladitya Dev মহোদয়ে সৰু ডাঙৰ সকলো ব্যৱসায়ীৰ লগত মত বিনিময় কৰে।।
BJP Assam Pradesh Himanta Biswa Sarma Dilip Saikia Pijush Hazarika Kamakhya Prasad Tasa Biswajit Khound Shiladitya Dev Gopal Roy Choudhury

22/03/2026

সকলো হোজাই সমষ্টিৰ ৰাইজলৈ উপস্থিত থাকিবলৈ অনুৰোধ জনালোঁ।।

BJP Assam Pradesh Dilip Saikia Gopal Roy Choudhury
22/03/2026

BJP Assam Pradesh Dilip Saikia Gopal Roy Choudhury

Address

Hojai .
Hojai
782435

Alerts

Be the first to know and let us send you an email when BJP Hojai Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Hojai Mandal:

Shortcuts

Share