18/04/2026
RYA ASSAM
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from RYA ASSAM, Political organisation, Jorhat.
18/04/2026
08/03/2026
চিপিআই (এম-এল)ৰ অসম ৰাজ্যিক সমিতিৰ সদস্য, নগাঁও জিলাৰ কলিয়াবৰ নিবাসী কমৰেড দিতুমণি গগৈ আৰু নাই। আজি গুৱাহাটীৰ ভঙাগড়ৰ ৰাজ্যিক কেঞ্চাৰ হস্পিতালত মাত্ৰ ৪৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দলৰ নিষ্ঠাৱান কৰ্মী, সাহসী, সৰবৰহী কমৰেড দিতুমণি গগৈ আছিল কলিয়াবৰ অঞ্চলৰ জনপ্ৰিয় ব্যক্তি, এক প্ৰতিবাদী কণ্ঠ। অঞ্চলটোৰ চাহ শ্ৰমিকৰ সমস্যাৰ পৰা শিলঘাট মৰাপাট কল কৰ্মীৰ সমস্যালৈকে জনগণৰ প্ৰতিটো সমস্যাতে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। ২০১১ চনত কলিয়াবৰ বিধানসভা সমষ্টিত দলৰ হৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল। কমৰেড দিতুমণিৰ বিয়োগত পাৰ্টিয়ে এজন নিষ্ঠাবান কৰ্মীক হেৰুৱালে। কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ আগলৈকে পাৰ্টিৰ প্ৰতিটো কামতে আগভাগ লৈ আহিছিল। কমৰেড দিতুমণিৰ মৃত্যু পাৰ্টিৰ লগতে শ্ৰমজীৱী ৰাইজৰ অপূৰণীয় ক্ষতি। ৰাজ্যিক কেঞ্চাৰ হস্পিতালত কমৰেডক শেষ শ্ৰদ্ধা জনোৱা হয়। লাল চালাম কমৰেড দিতুমণি গগৈ। বিদায় কমৰেড বিদায়।
01/03/2026
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Telephone
Website
Address
Jorhat
