BONYA SAMSRITI

BONYA SAMSRITI

Share

An Organisation to care for a Green World

25-06-2017 plantation in JORHAT MEDICAL COLLEGE HOSPITAL 25/06/2017

JORHAT MEDICAL COLLEGE HOSPITAL

Photos from BONYA SAMSRITI's post 25/06/2017

,

আজি যোৰহাট মেডিকেল কলেজ আৰু হাস্পাতালত বন্যা সংসৃতিৰ গছ পুলি ৰোপণ কাৰ্যসূচীৰ কেইটিমান মূহুৰ্ত।

আজি আৰু এটি কথা দেখি বৰ ভাল লাগিল। যোৰহাট মেডিকেল কলেজ ও হাস্পাতালত ইতিমধ্যে বহু অনুস্থানে আৰু ব্যক্তিয়ে অভাৱনীয় ভাৱে গছপুলি ৰোপণ কৰিলেহি। তেখেত সকললৈ আন্তৰিক ধন্যৱাদ। লগতে তেখেতসকলক বিনম্ৰতাৰে এটি অনুৰোধ জনাইছো, তেখেতসকলে ইতিমধ্যে ৰোপণ কৰা পুলি সমূহ মাজে সময়ে গৈ যেন অলপ প্ৰতিপাল কৰি আহে।

Photos 25/06/2017

বন্যা সংসৃতিৰ গছ পুলি ৰোপন, যোৰহাট মেডিকেল কলেজ আৰু হাস্পাতালত।

07/06/2017

সকলোৱে এবাৰ নিশ্চই পঢ়িব ।

আপোনালোক সকলোৱে জানি আচৰিত হব যে ২০৪২ চনৰ পাচত পৃথিৱীত মানুহৰ বসতি নাথাকিব ।

UN ৰ দ্বাৰা প্ৰকাশিত এক তথ্য অনুসৰি ২০৪২ চনৰ পিচত কোনো স্থলত থকা জীৱ জিয়াই নাথাকে । অৰ্থাত মাছ বা তেনেকুৱা পানীত উশাহ লব পৰা জীৱহে জীয়াই থাকিব । আৰু ইয়াৰ দোষি আমি নিজেই ।
বৰ্তমান যি হাৰত গছ গছনিৰ সংখ্যা কমি আহিছে যদি তেনেকৈয়ে চলি থাকে তেন্তে ২০২২ চনত গছ গছনিৰ হাৰ ইমানেই কমি আহিব যে আমি সকলোৱে সদায় এডাল গছ ৰোপন কৰিলেও আমি মানৱ অস্থিত্ব বচাব নোৱাৰো ।

সকলোতকৈ বিপদজনক কথাটো হল য়ে গছ গছনিৰ অভাৱত মানুহৰ মৃত্যু হোৱাৰ কাৰনো অক্সিজেন নহয় , এবিধ বিশেষ প্ৰকাৰৰ ভাইৰাচহে ।

W.H.O. ৰ গৱেষকে অবিস্কাৰ কৰা এই ভাইৰাচ বিধৰ নাম হল H.I.M.A. ( Homo Interior Mass of Anatomy ) .
২০১৬ চনৰ ২০ মে ত MJN Adam নামৰ বিজ্ঞানীজনে আৱিস্কাৰ কৰে এই ভাইৰাচবিধ । বিজ্ঞানীসকলৰ মতে সৃৰ্যৰ পৰা অহা অতি বেঙূনীয়া ৰশ্মিৰ ফলত ভাইৰাজবিধ সৃষ্টি হৈছে ।
Africa , Madagascar আদিৰ দৰে ঠাইত ইয়াৰ প্ৰভাৱ দেখা গৈছে ।

ভাইৰাছ বিধৰ আক্ৰমনৰ ফলত জীৱৰ জনন অংগ অচল হৈ পৰে । যাৰ ফলত ই জন্ম দিব পৰা শক্তি হেৰাই পেলাই । আৰু ৪-৫ গুণ সোনকালে বৃদ্ধ হৈ পৰে লগতে ২৫-৩০ বয়সতে মৃত্যু হয় ।

এক বিশেষ তথ্য অনুসৰি ২০২৫-২৬ চনৰ পৰা পৃথিৱীৰ সকলো মানুহ বা অন্য স্থল জীৱই জন্ম দিব পৰা শক্তি হেৰাই পেলাব ।

আপোনালোক সকলোলৈ মোৰ বিনম্ৰ অনুৰোধ যে সকলোৱে এই খৱৰটো পৃথিৱীৰ সকলো যুৱক যুৱতীলৈ what's app , Facebook , hike , Twitter বা SMS ৰ যোগেদি তেওলোকলৈ পঠায় যাতে তেওলোকেও আজিৰে পৰা সদায় এডালতকৈ অধিক গছ ৰোপন কৰে , তেতিয়াহে হয়টো ২০৪২ চনৰ পাচত মানৱ সভ্যতা জীয়াই থাকিব পাৰে । নহলে অন্য কোনো উপাই নাই ।

Secretary
GDF , united nation

Copy ( translation from English )

সংগ্ৰহ কৰা হৈছে..

Photos from BONYA SAMSRITI's post 05/06/2017

"WORLD ENVIRONMENT DAY " 2017 Celebration at Jorhat govt girls school and Sankardev Bidya Niketon school in Collaboration of BONYA SAMSRITI with the present of chief guest DC sir and coordinator of ACF M'aam...Thank you school Administrators and all the team members of Bonya Samsriti for making the day SUCCESSFUL..

world environment day 2017 05/06/2017

world Environment day Celebration at Jorhat govt girls school and Sankardev Bidya Niketon in Collaboration of BONYA SAMSRITI with the present of DC and coordinator of ACF, Jorhat..

05/06/2017

সেউজীয়া💚
১৯৭২ চনৰ ৫ জুন তাৰিখত পোন প্ৰথমবাৰৰ বাবে এই দিৱস ৰাষ্ট্ৰসংঘৰ সাধৰণ পৰিষদৰ পৃষ্ঠপোষকতাত উদযাপন কৰা হৈছিল আৰু প্ৰতি বছৰেই এই দিৱসটো পালনৰ ব্যৱস্থা কৰা হৈছিল । এই দিৱসৰে সৈতে সংগতি ৰাখি একোটাকৈ প্ৰসংগ বিষয় (Theme/*Themeৰ অসমীয়া প্ৰতিশব্দটো ভুল হৈছে যদি জনাব) লোৱা হয় ।সেই বছৰ লোৱা প্ৰসংগ বিষয় আছিল "Only One Earth" ।এইবাৰ ২০১৭ বৰ্ষৰ পৰিবেশ দিৱসৰ বাবে লোৱা প্ৰসংগ বিষয় (Theme) হৈছে" Connecting People to Nature " ।

সকলোকে পৰিবেশ দিৱসৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলো । আমাৰ আশা সকলোৰে সহযোগিতাই এই বিশ্বক চিৰদিনৰ বাবে প্ৰাণী জগতৰ কাৰণে অনুকুল কৰি ৰখাত সফল হ'ব ।

Photos 25/05/2017
30/04/2017

"আমি যদি সৃষ্টি কৰিব নোৱাৰো, ধ্বংস কৰাৰ অধিকাৰো নাই"। আপুনি নিজৰ সন্তানৰ দৰে এটা গছ পুলি যদি ৰুই ডাঙৰ - দীঘল কৰিব নাজানে, গছৰ পাত এটা চিঙাৰো অধিকাৰ আপোনাৰ নাই।

Photos 25/04/2017

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Website

Address


Jorhat