17/01/2026
জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩-১৯৫১) আছিল অসমীয়া ভাষা-সাহিত্যৰ এগৰাকী কিংবদন্তি ব্যক্তিত্ব, যি গীতিকাৰ, নাট্যকাৰ, লেখক, কবি আৰু অসমীয়া চলচ্চিত্ৰৰ জনক হিচাপে পৰিচিত। তেওঁক উচ্ছৰ্গা কৰিয়ে আজিৰ দিনটোতে অসমত শিল্পী দিৱস হিচাপে পালন কৰা হয়।
13/01/2026
অসমীয়া জাতিৰ কাৰণে বিহু মানেই প্ৰাণ আৰু আবেগেৰে ভৰা সদায়। এই উৎসৱৰ সময়ত সকলো লৈ আন্তৰিক শুভেচ্ছা আৰু বয়োজ্যেষ্ঠ জনলৈ ওলগ আৰু শ্ৰদ্ধা জনাই সকলো অসমবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা জনাইছো 🙏।
12/01/2026
প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী লৈ জন্ম দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো।
Priyanka Gandhi Vadra
Indian National Congress
10/01/2026
যোৱা কালি অসম প্ৰদেশ কংগ্ৰেছ সেৱা দলৰ সন্মানীয় সভাপতি শ্ৰী দীপ বায়ন ডাঙৰীয়া ৰ উপস্থিতি ত যোৰহাট জিলা কংগ্ৰেছ সেৱা দল আৰু ইয়ং ব্ৰিগেদৰ কাৰ্যনিৰ্বাহ সভা খন অনুষ্ঠিত হয়। আগন্তুক আহিবলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কৰণীয় সম্পৰ্কে আলোচনা আৰু দলৰ নীতি নিয়ম, নিয়ম শৃংখলা ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হয়। যোৰহাট জিলা ইয়ং ব্ৰিগেদৰ সভাপতি শ্ৰী সুনীল শইকীয়া, উপ সভাপতি ক্ৰমে শ্ৰী প্ৰণব ফুকন, শ্ৰী মনোজ গগৈ, সম্পাদক (প্ৰ.) শ্ৰী প্ৰাণ্জল কাকতি, সাধাৰণ সম্পাদক শ্ৰী ৰাজদ্বীপ বৰুৱা,সহ সম্পাদক শ্ৰী ৰাজজ্যোতি ফুকন, আৰু পূব যোৰহাট ব্লক কংগ্ৰেছ ইয়ং ব্ৰিগেড, তিতাবৰ ব্লক ইয়ং ব্ৰিগেদ, ঢেকৰগঢ়া ব্লক ইয়ং ব্ৰিগেড, চিপাহী খোলা ব্লক ইয়ং ব্ৰিগেড ৰ সভাপতি আৰু লগত অহা প্ৰতিনিধি সকল উপস্থিত থাকে।
Indian National Congress - Assam
Congress Sevadal
Gaurav Gogoi
Deep Bayan
Indian National Congress
09/01/2026
শ্ৰদ্ধাৰে স্মৰণ কৰিছো মহান ভক্ত কবি ভট্টদেৱক 🙏