Jatiya Yuba Bahini Titabor

Jatiya Yuba Bahini Titabor

Share

Together, we rise! Young. Bold. Your voice matters.

Ready to Lead. �
Jatiya Yuba bahini is building a new political culture — one that values youth, innovation, and honesty in leadership.

� Join the movement.

03/01/2026
01/01/2026

Happy New Year

Photos from Jatiya Yuba Bahini Titabor's post 29/11/2025

এইবাৰ আহোমৰ বস্ত্ৰ পৰিধান কৰি অখিল গগৈ ডাঙৰীয়া ।

24/11/2025

মহাবীৰ লাচিত বৰফুকনৰ আজি জন্মজয়ন্তী । জাতীয় নায়ক, আহোমসকলৰ পৰম পুজনীয় বীৰ, শৰাইঘাট ৰণত মোগলক খেদি পঠিওৱা অসম ৰক্ষক জনৰ আজি ৪০৩ সংখ্যক জন্ম দিৱস । সকলোকে লাচিত দিৱসৰ শুভেচ্ছা । জয় আই অসম ।।

23/11/2025

CAA আন্দোলনৰ সময়ত অবৈধ বাংলাদেশী বিৰোধিতাৰ বাবে বিধায়ক অখিল গগৈ দেৱক কি দৰে অত্যাচাৰ কৰা হৈছিল । আজি তেওঁ কেৱল জাতি ভেদ নিৰ্বিশেষে ১৯৭২ চনৰ অসম চুক্তিৰ অধীনত নাগৰকত্ব পোৱা সকলো লোকৰ বাবে হে থিয় দিছে । কোনো অবৈধ বাংলাদেশী প্ৰবজনৰ বিৰুদ্ধে নহয় ।

18/11/2025

জন্মদিনৰ অলেখ শুভকামনা মৰমৰ জুবিন দা । জতে আছা কুশলে থাকা। জয় জুবিন দা

Photos from Jatiya Yuba Bahini Titabor's post 14/11/2025

জুবিন দাৰ সমাধিক্ষেত্ৰ। জয় জুবিন দা ।

07/11/2025

Hardik Abhinandan 🙏🙏🙏🙏🙏 🏆 🏆 🏆 🏆 🏆 🏆 🏆 🏆 🏆 🏆

Uma’s remarkable journey from a small-town dreamer to a World Cup champion stands as a beacon of inspiration for countless aspiring cricketers across the Northeast.



| | |

04/11/2025

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Titabor
Jorhat
785630