BJP OBC Morcha Jorhat District

BJP OBC Morcha Jorhat District

Share

BJP OBC MORCHA JORHAT DISTRICT OFFICIAL PAGE

Photos from BJP OBC Morcha Jorhat District 's post 04/05/2026

ভাৰতীয় জনতা পাৰ্টি আৰু NDA প্ৰক্ষেপিত প্ৰাৰ্থী হিচাপে জয়যুক্ত হোৱা ক্ৰমে যোৰহাটৰ সমষ্টিৰ হিতেন গোস্বামী ডাঙৰীয়া, টীয়কৰ সমষ্টিৰ শ্ৰী বিকাশ শইকীয়া ডাঙৰীয়া, মৰিয়নীৰ সমষ্টিৰ শ্ৰী ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া আৰু তিতাবৰ সমষ্টিৰ শ্ৰী ধিৰাজ গোৱালা ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

04/05/2026

অভিনন্দন।

মৰিয়নি বিধানসভা সমষ্টিত জয়লাভ ৰূপজ্যোতি কুৰ্মি ডাঙৰীয়াৰ।

04/05/2026

অভিনন্দন।

যোৰহাট বিধানসভা সমষ্টিত জয়লাভ হিতেন্দ্ৰ নাথ গোস্বামী ডাঙৰীয়াৰ।

01/04/2026

ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী জাতীয় নেতা সন্মানীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক যোৰহাটৰ পবিত্ৰ ভূমিলৈ স্বাগতম জনাইছোঁ।

Sarbananda Sonowal

30/03/2026
Photos from BJP OBC Morcha Jorhat District 's post 29/03/2026

আজি ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ উদ্যোগত ১০২ নং তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ-পূব তিতাবৰ মণ্ডল, তিতাবৰ গ্ৰাম্য মণ্ডল,তিতাবৰ নগৰ মণ্ডল আৰু বৰহোলা মণ্ডলৰ সকলো বিষয়ববীয়া সকলৰ লগত এখন বিশেষ নিৰ্বাচনী বৈঠক অনুষ্ঠিত কৰা হয়।

যোৰহাট জিলা অ.বি.চি. মৰ্চাৰ সন্মানীয় সভাপতি শ্ৰী দীপক শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাজ্যিক বৌদ্ধিক কোষৰ আহ্বায়ক তথা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ তিতাবৰ সমষ্টিৰ প্ৰভাৰি শ্ৰী সৌৰভ বৰুৱা ডাঙৰীয়া,ভাৰতীয় জনতা পাৰ্টি, অ.বি.চি. মৰ্চাৰ যোৰহাট জিলাৰ উপ সভাপতি মাখন গগৈ ডাঙৰীয়া,খঙীয়া মণ্ডলৰ প্ৰভাৰী শৰৎ গগৈ ডাঙৰীয়া,উত্তৰ পূব তিতাবৰ মণ্ডলৰ প্রভাৰি প্ৰবাল দত্ত ডাঙৰীয়া,যোৰহাট জিলা অন্যান্য পিছপৰা শ্ৰেণী মৰ্চাৰ সাধাৰণ সম্পাদক শ্ৰী মনদ্বীপ বৰগোহাঁই ডাঙৰীয়া,যোৰহাট জিলাৰ সাধাৰণ সম্পাদক শ্ৰী অমল কুমাৰ শইকীয়া ডাঙৰীয়া, অন্যান্য পিছপৰা শ্ৰেণী মৰ্চা যোৰহাট জিলা সম্পাদক অচিন্ত হাজৰিকা ডাঙৰীয়া, তিতাবৰ নগৰ মণ্ডলৰ সভানেত্ৰী নিতুমনি ফুকন ডাঙৰীয়ানী, ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী ধিৰাজ গোৱালা ডাঙৰীয়া, তিতাবৰ সমষ্টিৰ চাৰিওটা মণ্ডলৰ সভাপতি সকলৰ সমন্বিতে জ্যেষ্ঠ নেতৃবৃন্দই অংশগ্ৰহণ কৰে৷

আজিৰ সভাখনত নিৰ্বাচনটোত দলৰ বিজয় ধ্বজা উৰুওৱাৰ বাবে অ.বি.চি. মৰ্চাৰ কাৰ্যকৰ্তাসকলে পালন কৰিবলগীয়া ভূমিকাৰ সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ ইয়াৰোপৰি, ১০২ নং তিতাবৰ বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী শ্ৰী ধীৰাজ গুৱালা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে সভাখনত দৃঢ় সংকল্প গ্ৰহণ কৰা হয়৷

Subhash Dutta
Deepak Saikia
Mondip Borgohain
Achinta Hazarika
Makhan Gogoi
Dhiraj Gowala
Bjp Obc Morcha Assam Pradesh
Bjp Jorhat District

28/03/2026

ভাৰতৰ মাননীয় গৃহমন্ত্ৰী, অসমৰ পৰম সুহৃদ শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়াক অসমৰ পবিত্ৰ ভুমিলৈ উষ্ম আদৰণি জনাইছোঁ।

26/03/2026

অসমীয়া জাতিৰ বৌদ্ধিক চেতনাত প্ৰাণ সঞ্চাৰকাৰী, অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিলৈ অনৱদ্য অৱদান আগবঢ়াই থৈ যোৱা, অসমৰ জাতীয় সংগীতৰ শ্ৰষ্টা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। তেখেতৰ সৃষ্টিৰ জ্যোতিৰে জ্যোতিষ্মান হৈ আছে অসমীয়া জাতি।

Want your business to be the top-listed Government Service in Jorhat?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Jorhat
785001