Rupa Bora

Rupa Bora

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rupa Bora, Political Party, Guwhati, Kamakhya.

04/05/2026

আকৌ এবাৰ অসম ত বিজেপি ৰ চৰকাৰ
.0 Himanta Biswa Sarma Congratulations Sir🎉

04/05/2026

কংগ্ৰেছ এই দুৰৱস্থা ৰ আচল কাৰণ হৈছে
Rupali axommm
আৰু
Archana Gogoi

11/04/2026

তেলেংগানা উচ্চ ন্যায়ালয়ে খেড়া ওপৰত এটা কৌশল খেলিলে!
আদালতে মাত্ৰ এসপ্তাহৰ বাবে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰাৰ পিছত নিয়মীয়া জামিনৰ বাবে অসম উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আদেশ প্ৰদান কৰে।

অৰ্থাৎ মাত্ৰ এসপ্তাহৰ অন্তত খেড়াই অসম উচ্চ ন্যায়ালয়ৰ কাষ চাপিব লাগিব। আৰু পুলিচ ৰিমাণ্ড পাওক বা ন্যায়িক ৰিমাণ্ড পাওক, হিমন্ত মামাৰ পেড়া ফেক্টৰীতে থাকিব...খেড়া

ভগৱানে জানে কংগ্ৰেছীসকলে মিঠাই কিয় ইমান ভাল পায়। হাৰিয়ানাত জালেবি বনাই আছিল এতিয়া অসমত নিজাকৈ পেড়া বনাইছে।

30/03/2026
28/02/2026

ৰাইজৰ আশিস বিচাৰি ভাৰতীয় জনতা পাৰ্টিৰ 'জন আশীৰ্বাদ যাত্ৰা'ৰ শুভাৰম্ভণি...
BJP Assam Pradesh

14/01/2026

এইয়াই কংগ্ৰেছ(ই) চৰিত্ৰ, এই বার্তাই কংগ্ৰেছ(ই) যে অসমৰ বাবে কিমান ভয়াবহ তাৰে প্ৰমাণ দিছে! শান্তি সম্প্ৰীতি এই কথাবিলাক কংগ্ৰেছ(ই) নেতা সকলৰ অসমৰ ৰাইজৰ মাজলৈ দলিয়াই দিয়া এটা শ্লোগান মাত্ৰ, কোনো সহমৰ্মিতা তথা দায়িত্ববোধ নাই অসমৰ সংস্কৃতি আৰু ঐতিহ্যৰ প্ৰতি...
ৰাজনীতিৰ নামত পৰম্পৰাৰ এই শৰাধ গ্রহণযোগ্য নহয়! আজিৰ দিনটোৰ এই ছবিখন কংগ্ৰেছ(ই)ৰ অসমৰ ৰাইজৰ প্ৰতি কৰা এক চৰম অপমান বুলি গণ্য কৰা হওঁক...

05/01/2026

যিমানেই ডাঙৰ প্ৰত্যাহ্বান নহওক কিয় ইয়াৰ সমাধান বিজেপিৰ দ্বাৰা হে পাব।।
প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী

https://bjpsrl.in/p/GH1z

02/01/2026

মই ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়িব বিচাৰো, আৰু তাৰ পথ স্বাৱলম্বী ভাৰতৰ মাজেৰেই নিহিত হৈ আছে। - প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ
Himanta Biswa Sarma BJP Assam Pradesh

https://bjpsrl.in/p/

02/01/2026

নৱবৰ্ষত শোণিতপুৰ জিলাৰ সামগ্ৰিক উন্নয়নৰ দিশত অন্য এক অধ্যায়ৰ সূচনা।

Want your business to be the top-listed Government Service in Kamakhya?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Guwhati
Kamakhya

Opening Hours

1:30am - 5pm