Ayusmita Deka.Official

Ayusmita Deka.Official

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ayusmita Deka.Official, Social service, Kamakhya.

05/05/2026

অসমবাসীৰ আশীৰ্বাদত অসম বিধান সভা নিৰ্বাচন-২০২৬ত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ ১০২গৰাকী প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰি ইতিহাস ৰচনা কৰিলে। স্বৰাজোত্তৰ কালৰ অসমত আজিৰ এই ফলাফলে বহু অভিলেখ স্থাপন কৰিলে৷

আজিৰ বিজয়ী প্ৰতিগৰাকী প্ৰাৰ্থীক মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ৷ একেলগে আমি 'টীম অসম' হিচাপে এখন বিকশিত নতুন অসম গঢ়াৰ লক্ষ্য পূৰণৰ দিশে কাম কৰি যাবলৈ সংকল্পবদ্ধ।

With the blessings of the people of Assam, 102 NDA candidates have emerged victorious in the .

I extend my warm congratulations to each and every candidate who has won today. Together, as Team Assam, we will work towards realising the goal of a Viksit Assam.

04/05/2026
04/05/2026

🪷 bloomed..!! Congratulations to everyone who worked hard for BJP’s grand victory.

03/05/2026
26/04/2026
26/04/2026
Photos from Ayusmita Deka.Official's post 18/04/2026

আজি মধ্য প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী ড° মোহন যাদৱ ডাঙৰীয়াক সাক্ষাৎ কৰিবলৈ পাই অতিশয় আনন্দিত হৈছোঁ।

Dr Mohan Yadav

18/04/2026

অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা পলাশবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক যতীন মালী ডাঙৰীয়াৰ আকস্মিক বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছোঁ।

অসমৰ ৰাজনৈতিক আৰু সামাজিক জীৱনলৈ তেখেতে আগবঢ়োৱা মূল্যবান অৱদান সদায়েই স্মৰণীয় হৈ থাকিব।

এই দুখৰ মুহূৰ্তত শোকাসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।

ঔম শান্তি 🙏

Photos from Ayusmita Deka.Official's post 16/04/2026

বৃহত্তৰ নুনমাটি বিহু সন্মিলনৰ ৬৩ সংখ্যক ৰঙালী বিহু সমাৰোহ আৰু পূব গুৱাহাটী বিহু সন্মিলনৰ ৬৫ সংখ্যক ৰঙালী বিহু সমাৰোহত উপস্থিত থাকি অতিশয় আনন্দিত হৈছোঁ।

এই বৰ্ণিল আয়োজনসমূহে অসমৰ সমৃদ্ধ সংস্কৃতি, ঐতিহ্য আৰু সম্প্ৰীতিৰ মনোৰম প্ৰতিচ্ছবি প্ৰতিফলিত কৰিছে। সকলোকে বাপতিসাহোন ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভকামনা তথা ওলগ জনালোঁ।

Want your business to be the top-listed Government Service in Kamakhya?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Kamakhya