Tiwa's VOICE

Tiwa's VOICE

Share

"Unity is strength, and together we can preserve our rich cultural heritage and traditions. Long live the Tiwa community!"

Let's stand strong, support one another, and celebrate our unique identity as Tiwa people.

30/05/2026

তিৱা ৰাইজ সজাগ হওঁক ইফালে সংস্কৃতিক গৰাহ খহনীয়া আনফালে জাতিক শেষ কৰা ৰাজনৈতিক ষড়যন্ত্ৰ ।

24/05/2026

Othe mathi
Othe chat
Othe libing
Othe mat

নিজৰ সংস্কৃতিক আঁতৰাই ৰাখি আনৰ বোৰক নিজৰ বুলি ভাবি এতিয়া কিনো পালি?
Jai TiwaShong✊️



Tiwa's VOICE
The Following

23/05/2026

তিৱা সকলক কেৱল ব্যৱহাৰ কৰি এৰি থৈ দিয়া জাতি বুলি ভাৱিছে নেকি? আমাক প্ৰতিবাৰে মাটি পৰা উচ্ছেদ কৰিব; ৰাজনৈতিক ভাৱেও বিকলাংগ কৰিব নিজৰ অধিকাৰৰ পৰা বঞ্চিত কৰি ৰাখিব ! হুচিয়াৰ হৈ যাওক সকলোৱে এইয়া কেৱল সামাজিক মাধ্যমৰ নহয় এইয়া নতুন প্ৰজন্মৰ চিন্তাৰে জাতিটোক আগুৱাই লৈ যাব বিচৰা সকলৰ বাৰ্ত্তা! হাজাৰ বাধা নেওচি জাতিটোক জীয়াই ৰখাৰ অদম্য সাহস বুকুত বান্ধি ওলাই অহা তিৱা সন্তানৰ বাৰ্তা।
আমাক ইমান ধ্বংস কৰাৰ হেঁপাহ যদি আছে আমাক নিজৰ ঐতিহাসিক শাসনাধিষ্ঠিত সীমা দি আমাৰ ৰাজ্য ঘূৰাই দিয়ক ।

Jai TiwaShong✊️

22/05/2026

বিশেষকৈ ভৈয়ামৰ তিৱা মহিলা সকলে চাদৰ মেখেলা পৰিধান কৰা লাহে লাহে কৰি বাদ দিব লাগে । আমাৰ নিজৰ সাজত আপোনালোকৰ নিজৰ পৰিচয় স্বকীয়তা আছে সেইবোৰ ধৰি ৰাখক

16/05/2026

আমি বহুত উচ্ছেদ হলো আৰু নহও। কোনোবাই আমাক ব্যৱহাৰ কৰি ভাগ ভাগ কৰিব খুজিলেও ভাগ নহব । তিৱা সকলক অত্যাচাৰ কৰা বন্ধ কৰক । গোভা ৰাজ্য আমাৰ হয় । ইয়াত শাসনো আমিয়ে কৰিম ।
- এদিন এই কথা সচাঁ হব-

07/05/2026

Kodal shongla💙




30/04/2026

Yaangli 🧡

24/04/2026

"Lokhumi Yangli Kham" প্ৰতি পাঁচ বছৰৰ মূৰে মূৰে পশ্চিম কাৰ্বি আংলঙৰ Amsai Pinung গাঁৱত পালন কৰা হয় তিৱা সকলৰ এই খেতি ভিত্তিক উৎসৱ ।



31/03/2026

সমাজ সংস্কৃতি জাতিটোৰ স্বাৰ্থতহে আপোনাৰ মূল্যবান Vote প্ৰদান কৰিব বিবেকেৰে।

03/03/2026

কেৱল অনুষ্ঠান প্ৰতিষ্ঠানত হে নিজৰ সাজ পাৰ পৰিধান কৰিলে জাতিটোৰ কিবা উন্নতি সাধন কৰিব পাৰিছোঁ বুলি ভাবিলে হব জানো? যদি এতিয়াও দৈনন্দিন জীৱনৰ লগত ইয়াক জড়িত কৰিব পৰা নাই । এটা অনুষ্ঠানত নিজৰ ভাষাটোকে যদি আপুনি ব্যৱহাৰ কৰিব পৰা নাই বা চেষ্টা ও কৰা নাই তেন্তে তেনে নাটকীয় সংগ্ৰাম এৰি দিয়ক। সংগ্ৰামৰ লগত নিজৰ মানসিক আন্তৰিক দিশটোও উন্নতি কৰক । তেতিয়াহে জাতিটোৰ প্ৰথমে প্ৰকৃত উন্নতি সাধন হৈছে বুলি ভাৱিব পাৰিম ।
Ching judi thawa othe mat nem nudi kanthichuri, roi rokhom, nangjil nangpal go rakhena mushi sinta riyang judi daily life o pahaiyang thebo indana ching khrom go ri thaidong ? Pegane sokol rat raw shape r**e pujina kow pimun khadago.

Want your business to be the top-listed Government Service in Karbi Anglong?

Click here to claim your Sponsored Listing.

Location

Category

Address

Karbi Anglong