Baukhungri Mandal Mahila Morcha

Baukhungri Mandal Mahila Morcha Official Page Baukhungri Mandal Mahila Morcha Kokrajhar District BJP.

01/01/2025

With profound grief, we share the heartbreaking news that Smt. Dali Nandi Roy, the esteemed President of the Mahila Morcha of Baokhungri Mandal in Kokrajhar district, met with a tragic accident this morning. While she was standing in the courtyard of her home, a Bolero vehicle suddenly hit her, resulting in her untimely and instantaneous demise.

Her sudden departure is an irreparable loss to her family, the community, and all of us who admired her dedication and leadership.

We extend our deepest condolences to her bereaved family and loved ones in this time of immense sorrow. May the Almighty grant them strength and courage to bear this irreplaceable loss.

Let us all join in praying for the departed soul, hoping she finds peace and rest in her eternal journey.

Om Shanti 🙏

অতি দুখৰ খবৰ আমাৰ মণ্ডলৰ উপ সভানেত্ৰী সন্মানীয়া শ্ৰীমতী সুমতি সৰকাৰ বাইদেউ আজি সন্ধিয়া ৮.০০ মান বজাত এই সংসাৰ পৰা ইহলী...
03/02/2024

অতি দুখৰ খবৰ আমাৰ মণ্ডলৰ উপ সভানেত্ৰী সন্মানীয়া শ্ৰীমতী সুমতি সৰকাৰ বাইদেউ আজি সন্ধিয়া ৮.০০ মান বজাত এই সংসাৰ পৰা ইহলীলা সম্বৰণ কৰে। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ লগতে তেখেতৰ পৰিয়াল বৰ্গ লৈ সমবেদনা জ্ঞাপন কৰিলোঁ। তেখেতৰ বিদেহী আত্মা যতেই থাকক সুখত থাকক।
ওম শান্তি 🙏🙏🪔🪔

ভাৰতীয় জনতা পাৰ্টীৰ কোকৰাঝাৰ জিলাৰ নৱ নিযুক্ত জিলা সভানেত্ৰী কৱিতা বসুমতাৰী ডাঙৰীয়ানী বাইদেউক বাওখুংগ্ৰী মণ্ডল মহিলা ম...
06/11/2023

ভাৰতীয় জনতা পাৰ্টীৰ কোকৰাঝাৰ জিলাৰ নৱ নিযুক্ত জিলা সভানেত্ৰী কৱিতা বসুমতাৰী ডাঙৰীয়ানী বাইদেউক বাওখুংগ্ৰী মণ্ডল মহিলা মৰ্চাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালো। 🙏🙏

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতাদেৱৰ প...
16/09/2023

ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ সন্মানীয় সভাপতি তথা ৰঙিয়া বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত ভৱেশ কলিতাদেৱৰ পৰমপূজ্য মাতৃ যমুনাবালা ডেকাৰ আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটে । সেই বাবে আমি বাওখুংগ্ৰী মণ্ডল মহিলা মৰ্চাৰ তৰফৰ পৰা তেখেতৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিলো লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলো।।🙏😭🙏

13/09/2023
04/09/2023
ৰাখী কেৱল এডাল সূতা নহয় ; ই হৈছে একতাৰ প্ৰতীক।        আজি ইং ৩১/০৮/২০২৩ তাৰিখে ৰাজ্যিক তথা জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্...
31/08/2023

ৰাখী কেৱল এডাল সূতা নহয় ; ই হৈছে একতাৰ প্ৰতীক।

আজি ইং ৩১/০৮/২০২৩ তাৰিখে ৰাজ্যিক তথা জিলা মহিলা মৰ্চাৰ নিৰ্দেশ মৰ্মে বাওখুংগ্ৰী মণ্ডল মহিলা মৰ্চাৰ উদ্যোগত ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কত থকা মৰম-ভালপোৱাৰ প্ৰতীক 'ৰাখী বন্ধন' উদযাপন কৰা হয়।
" ৰাখী বন্ধন "উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।🙏

ৰাখী বন্ধনৰ পৱিত্ৰ উৎসৱত আহক আমি সকলোৱে সমাজৰ পৰা হিংসা ভেদাভেদ আঁতৰাই এখন সুস্থ সৱল সমাজ গঢ়ি তোলো।
Angurlata Deka
BJP Mahila Morcha, Kokrajhar District BJP Mahila Morcha, Kokrajhar District
Baukhungri Mandal Mahila Morcha
BJP : Kokrajhar District

Address

Kokrajhar

Website

Alerts

Be the first to know and let us send you an email when Baukhungri Mandal Mahila Morcha posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share