Majuli Police

Call Website Contact the organization

Majuli Police Official interactive platform for better coordination and communication between the people of Majuli and the Police.

Majuli Police has successfully recovered several lost mobile phones as part of its continued efforts to assist the publi...
10/10/2026

Majuli Police has successfully recovered several lost mobile phones as part of its continued efforts to assist the public.

The recovered mobile phones will be handed over to their rightful owners after due verification.

Majuli Police remains committed to serving the public and helping citizens recover their lost belongings.
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Sushanta Borgohain
Bhuban Gam

10/10/2026

ড্ৰাগছে আপোনাক নতুন জগতৰ সন্ধান দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

কেৱল এটা সৰু কথা লুকুৱাই ৰাখে: দিশটো।

অধঃপতনৰ পথটো বাছি নল'ব।



09/10/2026

Say 'No' to drugs, 'Yes' to life.

শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰত মাজুলীৰ বিশেষ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দানযোৱা ৭ অক্টোবৰ, ২০২৬ তাৰিখে মাজু...
08/10/2026

শিশুৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰত মাজুলীৰ বিশেষ ন্যায়াধীশৰ আদালতৰ গুৰুত্বপূৰ্ণ ৰায়দান

যোৱা ৭ অক্টোবৰ, ২০২৬ তাৰিখে মাজুলীৰ সন্মানীয় বিশেষ ন্যায়াধীশ শ্ৰীমতী তৃপ্তি আৰিৰ আদালতে গড়মূৰ থানাৰ গোচৰ নং ৫০/২০২৪-ৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।

এগৰাকী নাবালিকাক ধৰ্ষণ কৰি গৰ্ভৱতী কৰাৰ অভিযোগত দৰিয়া আলিছিগা গাঁৱৰ কটকা ভেৰুৱাৰ বিৰুদ্ধে গোচৰটো ৰুজু কৰা হৈছিল।

ৰায়দানত আদালতে অভিযুক্তক—

🔹 ভাৰতীয় দণ্ডবিধি আইনৰ ৪৫১ ধাৰাৰ অধীনত ২ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ₹১০,০০০/- জৰিমনা বিহে। জৰিমনা অনাদায় হ’লে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়।

🔹 ভাৰতীয় দণ্ডবিধি আইনৰ ৫০৬ ধাৰাৰ অধীনত ২ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ₹১০,০০০/- জৰিমনা বিহে। জৰিমনা অনাদায় হ’লে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়।

🔹 POCSO Act - ৰ ৬ নং ধাৰাৰ অধীনত ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ₹১০,০০০/- জৰিমনা বিহে। জৰিমনা অনাদায় হ’লে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়া হয়।

গোচৰটোৰ ভুক্তভোগী নাবালিকাগৰাকীক—যিয়ে পৰৱৰ্তী সময়ত এটি পুত্ৰ সন্তান প্ৰসৱ কৰে—Victim Compensation Scheme-ৰ অধীনত ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰা হয়।

শিশুৰ বিৰুদ্ধে সংঘটিত যৌন অপৰাধৰ ক্ষেত্ৰত ন্যায় নিশ্চিত কৰাটো কেৱল আইন-শৃংখলাৰ বিষয় নহয়; ই আমাৰ সমাজৰ সামূহিক দায়িত্ব।

Not merely detection, but conviction and justice.
CMO Assam
Assam Police
DGPAssamPolice
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

Fitness, discipline and readiness for duty. Regular physical training of Majuli Police personnel.CMO Assam Assam Police ...
08/10/2026

Fitness, discipline and readiness for duty.

Regular physical training of Majuli Police personnel.
CMO Assam
Assam Police
DGPAssamPolice

Necessary security checks are being carried out at resorts and guest houses under different PS areas of Majuli.The owner...
05/10/2026

Necessary security checks are being carried out at resorts and guest houses under different PS areas of Majuli.

The owners/managers have been briefed regarding strict maintenance of guest registers, installation and proper functioning of CCTV cameras, and prevention of short-duration/short-time stays.

মাজুলীৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত এলেকাসমূহত থকা ৰিজ’ৰ্ট আৰু অতিথিশালাসমূহত প্ৰয়োজনীয় নিৰাপত্তামূলক পৰীক্ষা চলাই থকা হৈছে।

ৰিজ’ৰ্ট আৰু অতিথিশালাৰ স্বত্বাধিকাৰী/পৰিচালকসকলক অতিথি পঞ্জী কঠোৰভাৱে সংৰক্ষণ, CCTV কেমেৰা স্থাপন আৰু সঠিকভাৱে কাৰ্যক্ষম কৰি ৰখা, লগতে অতিথিৰদ্বাৰা অতি কম সময়ৰ বাবে বন্দোৱস্ত হোৱা থকা- মেলাৰ ওপৰত সতৰ্কতা অৱলম্বন কৰিবলৈ অৱগত কৰা হৈছে।
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Directorate of Information and Public Relations, Assam
Sushanta Borgohain
Bhuban Gam

A joint naka checking was conducted by Majuli Police and the Enforcement Team at strategic locations to ensure traffic d...
04/10/2026

A joint naka checking was conducted by Majuli Police and the Enforcement Team at strategic locations to ensure traffic discipline and enhance public safety.
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli

Today, a Thana-level Nagrik Committee meeting was held at Majuli Police Station with VDP members. Discussions focused on...
04/10/2026

Today, a Thana-level Nagrik Committee meeting was held at Majuli Police Station with VDP members. Discussions focused on the new criminal laws, prevention of drug abuse and illicit liquor, traffic rules and cleanliness ahead of Rass Mahotsav.

Meanwhile, Nayabazar PP conducted an awareness programme at UMK College on traffic rules, road safety, mandatory helmet use and drug-related offences.

Majuli Police remains committed to promoting public safety, community awareness and active public participation.

CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

03/10/2026

আপোনাৰ সন্তানৰ আচৰণত আকস্মিক পৰিৱৰ্তন লক্ষ্য কৰিছে নেকি?

🔹 খোৱা-বোৱাৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে নেকি?

🔹 কোনো কাৰণ নোহোৱাকৈ শৰীৰৰ ওজন হঠাৎ কমিছে নেকি?

🔹 পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি আগ্ৰহ হেৰুৱাইছে নেকি?

🔹 পুৰণি বন্ধুৰ সলনি নতুন সংগ গঢ়ি তুলিছে নেকি?

🔹 ৰাতি টোপনি নোহোৱা বা উজাগৰে কটোৱাৰ অভ্যাস হৈছে নেকি?

🔹 স্কুল-কলেজলৈ যোৱাৰ নামত আগতকৈ অধিক ‘পকেট মনি’ বিচাৰিছে নেকি?

🔹 ঘৰৰ টকা-পইচা বা মূল্যৱান সামগ্ৰী নোহোৱা হৈছে নেকি?

🔹 সন্তানৰ মন-মেজাজ আৰু স্বভাৱ আগৰ দৰে বুজিব নোৱাৰা হৈছে নেকি?

ভালদৰে লক্ষ্য কৰক।

ওপৰৰ এক বা একাধিক লক্ষণ আপোনাৰ সন্তানৰ মাজত দেখা দিলে আওকাণ নকৰিব।
এয়া ড্ৰাগছৰ প্ৰতি আসক্তিৰ সম্ভাব্য লক্ষণ হ’ব পাৰে।

সন্তানক দোষ নিদিব—সতৰ্ক হওক, কথা পাতক, সহায় কৰক।

ড্ৰাগছৰ কু-প্ৰভাৱৰ পৰা আমাৰ সন্তানক সুৰক্ষিত ৰাখিবলৈ সময় থাকোঁতেই সজাগ হওক।

আওকাণ নকৰিব।
সতৰ্ক হওক।
ড্ৰাগছৰ বিৰুদ্ধে একেলগে থিয় হওক।

CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

মাজুলী আৰক্ষীৰ জালত আন এজন ড্ৰাগছ সৰবৰাহকাৰী।২ অক্টোবৰ, ২০২৬ তাৰিখে এক বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত মাজুলী আৰক্ষীয়ে লো...
03/10/2026

মাজুলী আৰক্ষীৰ জালত আন এজন ড্ৰাগছ সৰবৰাহকাৰী।

২ অক্টোবৰ, ২০২৬ তাৰিখে এক বিশ্বস্ত সূত্ৰৰ তথ্যৰ ভিত্তিত মাজুলী আৰক্ষীয়ে লোহিত খাবলু ঘাটত চলোৱা নাকা তালাচীৰ সময়ত উত্তৰ লক্ষীমপুৰৰ আহোমনি মিৰি গাঁৱৰ ৰামবিলাস পায়েঙক আটক কৰে। তেওঁৰ পৰা ০.০৮ গ্ৰাম সন্দেহজনক হিৰোইন জব্দ কৰা হয়।

প্ৰাথমিক তথ্য অনুসৰি, নদী পাৰ হৈ দুচকীয়া বাহনেৰে সন্দেহযুক্ত হিৰোইন সৰবৰাহ কৰি অনাৰ সময়তে আৰক্ষীৰ জালত পৰে অভিযুক্তজন।

মাজুলীৰ যুৱ প্ৰজন্মক ড্ৰাগছৰ ভয়াৱহতাৰ পৰা সুৰক্ষিত ৰাখিবলৈ মাজুলী আৰক্ষীৰ অভিযান অব্যাহত আছে। এই যুঁজত সচেতন নাগৰিকৰ সহযোগিতা একান্তই কাম্য।

এই সংক্ৰান্তত গড়মূৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰি অভিযুক্তৰ বিৰুদ্ধে আইনমতে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
CMO Assam
Assam Police
DGPAssamPolice
District Administration Majuli
Sushanta Borgohain
Bhuban Gam
Directorate of Information and Public Relations, Assam

Address

Majuli
Majuli

Alerts

Be the first to know and let us send you an email when Majuli Police posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Majuli Police:

Shortcuts

Share