Sanjay Krishna Tanti

Call

Sanjay Krishna Tanti Being a leader does not mean dominating the situation. It means empowering people to do what they want

দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
15/08/2026

দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।

বিদায় জনাইছো জ্যোতি দা। জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক জ্যোতি পাত্ৰ।২০১৯ চনৰ লোকসভা নিৰ্বাচনত যোৰহাটৰ বিভিন্ন বাগিচাত সভ...
28/07/2026

বিদায় জনাইছো জ্যোতি দা। জিলা বিজেপিৰ প্ৰাক্তন সম্পাদক জ্যোতি পাত্ৰ।২০১৯ চনৰ লোকসভা নিৰ্বাচনত যোৰহাটৰ বিভিন্ন বাগিচাত সভা কৰিবলৈ যাওঁতে আপুনি লগত থাকি যি সহযোগ কৰিছিল সছি দিনবোৰ স্মৃতি হৈ ৰ'ব।
আপোনাৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰিলোঁ।
ঔঁ শান্তি।
Bjp Jorhat District
BJP Assam Pradesh

মাননীয় মুখ্যমন্ত্ৰী মহোদয় আন্তৰিক ধন্যবাদ জনালোঁ।Himanta Biswa Sarma Kamakhya Prasad Tasa BJP Assam Pradesh Bjp Jorhat...
28/07/2026

মাননীয় মুখ্যমন্ত্ৰী মহোদয় আন্তৰিক ধন্যবাদ জনালোঁ।
Himanta Biswa Sarma
Kamakhya Prasad Tasa
BJP Assam Pradesh
Bjp Jorhat District

মৰিয়নি চাহ জনজাতি ছাত্ৰবাসৰ প্ৰেক্ষাগৃহত ২৬/০৭/২০২৬ তাৰিখ দেওবাৰে বিয়লি ২ বজাত অসম উৎকল তাঁতী সমাজৰ মৰিয়নি আঞ্চলিক সম...
28/07/2026

মৰিয়নি চাহ জনজাতি ছাত্ৰবাসৰ প্ৰেক্ষাগৃহত ২৬/০৭/২০২৬ তাৰিখ দেওবাৰে বিয়লি ২ বজাত অসম উৎকল তাঁতী সমাজৰ মৰিয়নি আঞ্চলিক সমিতিখন গঠন কৰা হয়।হোনোৱাল,বাঁহনি,শিলিখা,চৈকটা,ঢেকীয়াজুলি,কাটনিবাৰী,কলিয়াপানী,হাতীপটি,নাগাজাংকা,হাতীজুৰি আৰু দিচৈ চাহ বাগিচাৰ প্ৰতিনিধিৰ উপস্থিতিত যুৱ সমাজকৰ্মী শ্ৰীগৌৰচন্দ্ৰ তাঁতী ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত 'অসম উৎকল তাঁতী সমাজৰ মৰিয়নি আঞ্চলিক সমিতিখন' শ্ৰীগৌতম তাঁতীক সভাপতি আৰু শ্ৰীসোনাধৰ তাঁতী- শ্ৰীদিপাংকৰ তাঁতীক যুটীয়া সম্পাদক হিচাবে লৈ ৪১ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰা হয়।এই সভাত জিলাৰ মাননীয় সাধাৰণ সম্পাদক শ্ৰীৰমেশ চন্দ্ৰ গৌড় ডাঙৰীয়া,জিলাৰ সহ-সম্পাদকদ্বয় শ্ৰীঅৰুন তাঁতী আৰু শ্ৰীলখিৰাম তাঁতী ডাঙৰীয়া,জিলা সমিতিৰ কাৰ্যকৰী সদস্য শ্ৰীবিকি কৰালী ডাঙৰীয়া,শ্ৰীমান সুৰেন তাঁতী ডাঙৰীয়াৰ উপস্থিত থাকি সমাজৰ আগন্তুক কৰ্মসূচীৰ সম্পৰ্কে মাৰ্গদৰ্শন কৰে।এই সভাত অংশগ্ৰহণ কৰোঁ আৰু সমাজৰ লক্ষ্য উদ্দেশ্য সম্পৰ্কে বক্তব্য ৰাখোঁ। সভাতে বানপীড়িত লোকসকলক সমাজৰ হোনোৱাল,নাগাজাংকা, কাঠনিবাৰী, বোকাহোলাৰ প্ৰাথমিক সমিতিৰ তৰফৰ পৰা সাহায্য প্ৰদান কৰাৰ বাবে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰোঁ।



Sanjay Krishna Tanti Sanjay Krishna Tanti New

অসমৰ তিনিখন জিলাত বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰা বানপানীৰ প্ৰকোপ শেষ কৰক হে মহাপ্ৰভু শ্ৰীশ্ৰীজগন্নাথ।Sanjay Krishna T...
25/07/2026

অসমৰ তিনিখন জিলাত বিভিষিকাময় পৰিস্থিতিৰ সৃষ্টি কৰা বানপানীৰ প্ৰকোপ শেষ কৰক হে মহাপ্ৰভু শ্ৰীশ্ৰীজগন্নাথ।
Sanjay Krishna Tanti New
Sanjay Krishna Tanti

It's a proud day for every Bharatiya.
22/07/2026

It's a proud day for every Bharatiya.

18/07/2026

সকলোৰে চিন্তাধাৰা একে নহয়।সেই বাবে সমাজবোৰ বহুধা বিভক্ত।গুৰুয়ে এক কৰে ভকতে ভাগ কৰে বোলা কথাষাৰ সেই কাৰণেই মানুহে কয়। সকলো এক হৈ থাকিলে এখন শক্তিশালী সমাজ ৰাজ্য আৰু দেশ গঠন হয়।

Jai Jagannath Mahaprabhu.
16/07/2026

Jai Jagannath Mahaprabhu.

জয় জগন্নাথ।শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ শুভেচ্ছা জনালোঁ।
16/07/2026

জয় জগন্নাথ।
শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ শুভেচ্ছা জনালোঁ।

শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ শুভেচ্ছা জনালোঁ।Sanjay Krishna Tanti Saanjay Krishna Tanti New
16/07/2026

শ্ৰীশ্ৰীজগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰাৰ শুভেচ্ছা জনালোঁ।
Sanjay Krishna Tanti Saanjay Krishna Tanti New

Address

Mariani

Telephone

+919706755721

Website

Alerts

Be the first to know and let us send you an email when Sanjay Krishna Tanti posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share