19/09/2026
অসমৰ হিয়াৰ আমঠু, সুৰৰ যাদুকৰ জুবিন গাৰ্গদেৱ আজি আমাৰ মাজত নাই, কিন্তু তেওঁৰ কণ্ঠ আৰু সুৰ প্ৰতিজন অসমীয়াৰ হৃদয়ত সদায় জীয়াই থাকিব।
আপোনাৰ সুৰ কেতিয়াও নীৰৱ নহয়, জুবিনদা। ❤️
নগাঁও জিলা সমিতি
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ,