11/03/2026
কলিয়াবৰৰ জনসাধাৰণৰ অকুণ্ঠ মৰম আৰু বিশ্বাসেই আমাৰ সাহস। আজি কলিয়াবৰত আয়োজিত নিৰ্বাচনী প্ৰচাৰ আৰু যোগদান সভাত বিজেপি দলৰ জ্যেষ্ঠ নেতৃবৰ্গৰ উপস্থিতিত জিতেন জিৎ গৌড়ঁ ডাঙৰীয়াই স্থানীয় ৰাইজৰ সৈতে মত-বিনিময় কৰে। আমাৰ লক্ষ্য স্পষ্ট— এক নিকা, সৱল আৰু উন্নত কলিয়াবৰ।
আজিৰ এই সভাত বিজেপিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ বহু সতীৰ্থই আমাৰ দলত যোগদান কৰে। আপোনালোকৰ এই মৰমে প্ৰমাণ কৰে যে কলিয়াবৰে এতিয়া কেৱল উন্নয়ন বিচাৰে। জয় আই অসম