RAGA NEXT PM INDIA

RAGA NEXT PM INDIA

Share

INDIA �
#Assam #Election #2026

06/02/2026

06/02/2026

📌প্ৰথমে চেল্ফি !
📌তাৰ পিছত বিহু !
📌১০ হাজাৰ টকা নিবলৈ আহি অৱশেষত ঢলি পৰিল লাখপতি বাইদেউ !
📌মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিয়া ১০ হাজাৰ টকা নিবলৈ আহি বিলৈ লাখপতি বাইদেউ সকলৰ !
📌দুক মুকালিতেই গুলপীয়া সাজ পৰিধান কৰি যোৰহাট ষ্টেডিয়ামত সমবেত হৈছিল হাজাৰ হাজাৰ মহিলা!
📌কিন্তু চেল্ফি,নাচি বাগি অৱশেষত ভাগৰি পৰিল বাইদেউ,ক্ৰমাৎ অসুস্থ হৈ পৰিল লাখপতি বাইদেউ!

RAGA NEXT PM INDIA

06/02/2026



06/02/2026










06/02/2026

লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীক কথা ক’বলৈ সুযোগ নিদিয়াৰ অভিযোগত প্ৰতিবাদ অব্যাহত ৰাখিছে বিৰোধীয়ে। বিৰোধীৰ এনে প্ৰতিবাদৰ বাবে একপ্ৰকাৰ অচল হৈ আছে লোকসভা। বিৰোধীৰ প্ৰতিবাদৰ বাবে লোকসভাৰ বহুমূলীয়া ১৯ ঘণ্টা ২৩ মিনিট সময় নষ্ট হোৱাত বিৰোধীৰ ভূমিকাত ক্ষুণ্ণ অধ্যক্ষ ওম বিৰলা। ইফালে ৰাজ্যসভাত ৰে’ল বিভাগক উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়া মাণ্ডলিক কাৰ্যালয় স্থাপনৰ দাবী উত্থাপন কৰিলে অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই।


06/02/2026

📌সাম্প্ৰদায়িক মন্তব্য কৰি বিপদত হিমন্ত বিশ্ব শৰ্মা
📌হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে
📌গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল ৰাজ্যৰ বিশিষ্ট নাগৰিক

06/02/2026

05/02/2026

05/02/2026

📌মুঠতে বাইদেউ দুগৰাকীক টিকট লাগিবই!
📌নাচিছে নাচিছে অংকিতা-নৱনীতাই নাচিছে!
📌কঁকাল ভাঙি নাচি বাগি হ'লেও সোণাৰীত টিকট লাগিব টোপনি সম্ৰাজ্ঞী নৱনীতাক!
📌শিৱসাগৰত টিকট লাগিব অংকিতাক!
📌একালৰ যুৱ কংগ্ৰেছৰ সভানেত্ৰী এতিয়া লাখপতি বাইদেউ আঁচনিৰ মিটিঙত নাচনী হ'লগৈ!
📌কপালৰ ঘাম মাটিত পেলাই নাচি গৈছে নৱনীতাই!

04/02/2026

📌অৱশেষত আহিল ভাল খবৰ

📌একত্ৰিত হ’ল তিনি গগৈ

📌আৰু জঞ্জাল নাই বিৰোধী ঐক্যত

📌এতিয়া মাত্ৰ বাকী আসন বুজাবুজিৰ

📌বিৰোধী ঐক্যৰ ভয়ত কম্পমান বিজেপি

Want your business to be the top-listed Government Service in New Delhi?

Click here to claim your Sponsored Listing.

Location

Address

Delhi
New Delhi
110001