Rangapara Anchalik - AAGSU

Rangapara Anchalik - AAGSU All Assam Gorkha Student's union

প্ৰথম বাৰ্ষিক জুবিন দিৱস বন্তি প্ৰজ্বলন 🪔
20/09/2026

প্ৰথম বাৰ্ষিক জুবিন দিৱস বন্তি প্ৰজ্বলন 🪔

> *আয়োজনত: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা*> *ৰঙাপৰা আঞ্চলিক সমিতি*> *আন্তৰিক শ্ৰদ্ধাঞ্জলি তথা বন্তি প্ৰজ্বলন কাৰ্যসূচী*> অস...
19/09/2026

> *আয়োজনত: সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা*
> *ৰঙাপৰা আঞ্চলিক সমিতি*

> *আন্তৰিক শ্ৰদ্ধাঞ্জলি তথা বন্তি প্ৰজ্বলন কাৰ্যসূচী*

> অসমৰ জনপ্ৰিয় তথা প্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ পুণ্যতিথি উপলক্ষে তেখেতৰ পৱিত্ৰ স্মৃতিত সমগ্ৰ গোৰ্খালী সমাজ, সংগীতপ্ৰেমী, শুভাকাংক্ষী আৰু সৰ্বসাধাৰণ ৰাইজক *পুলিচ ষ্টেচনৰ সন্মুখত* উপস্থিত হৈ এগছি বন্তি প্ৰজ্বলন কৰি জুবিন গাৰ্গ ডাঙৰীয়াৰ অমৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিবলৈ আন্তৰিক আহ্বান জনোৱা হ'ল।

> *স্থান : পুলিচ ষ্টেচনৰ সন্মুখত*
> *কাৰ্যসূচী : বন্তি প্ৰজ্বলন তথা শ্ৰদ্ধাঞ্জলি অৰ্পণ*
> *সময় : সন্ধিয়া ৬ বজাত*

18/09/2026
সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU )শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰঙাপৰা আঞ্চলিক সমিতিৰ আতিথ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰা...
15/09/2026

সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা (AAGSU )শোনিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰঙাপৰা আঞ্চলিক সমিতিৰ আতিথ্যত ভাৰতৰ স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং চুব্বা দেৱৰ ১১৮ সংখ্যাক জন্মজয়ন্তী উদ্‌যাপন ও প্ৰসাদ সিং চুব্বা স্মৃতি সেৱা সন্মান ২০২৫ ও ২০২৬ বঁটা প্ৰদান অনুষ্ঠান।

বৰজুলি চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰ প্ৰেক্ষাগৃহ (ৰঙাপাৰা)
07/09/2026

বৰজুলি চাহ শ্ৰমিক কল্যাণ কেন্দ্ৰ প্ৰেক্ষাগৃহ (ৰঙাপাৰা)

বৈজয়ন্তী দেৱী উপাধ্যায় অসমৰ প্ৰথম মহিলা শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰিছিল।🙏All Assam Gorkha Student's union Sonitpur
16/08/2026

বৈজয়ন্তী দেৱী উপাধ্যায় অসমৰ প্ৰথম মহিলা শ্বহীদ হিচাপে স্বীকৃতি লাভ কৰিছিল।🙏
All Assam Gorkha Student's union
Sonitpur

৮০ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ 🇮🇳
15/08/2026

৮০ তম স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ
🇮🇳

আজি ‍ AAGSU  আৰু ATTSA লগ লাগি ৰঙাপাৰা ১নং নাহৰণি গ্ৰাণ্টৰ নিম্ন প্ৰাথমিক বিদ্যালয়  বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক  ...
05/08/2026

আজি ‍ AAGSU আৰু ATTSA লগ লাগি ৰঙাপাৰা ১নং নাহৰণি গ্ৰাণ্টৰ নিম্ন প্ৰাথমিক বিদ্যালয় বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াক এখন স্মাৰক-পত্ৰ দিয়া হয়।

आदिकवि भानुभक्त आचार्यको २१३ औं जन्मजयन्तीको अवसरमा हार्दिक श्रद्धाञ्जली l
13/07/2026

आदिकवि भानुभक्त आचार्यको २१३ औं जन्मजयन्तीको अवसरमा हार्दिक श्रद्धाञ्जली l

Address

Rangapara
784505

Website

Alerts

Be the first to know and let us send you an email when Rangapara Anchalik - AAGSU posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category