19/09/2026
কামৰূপ জিলাৰ ৰঙিয়া, বৰম্বৈ আৰু বৰডেকপাৰত জুৱিন দিৱস উদযাপন কৰা হয়।ভাৰতৰ ছাত্ৰ ফেডাৰেচন (SFI) ৰঙিয়া আঞ্চলিক কমিটিৰ উদ্যোগত জুৱিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, SFI-DYFIৰ উদ্যোগত বৰম্বৈত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু বৰডেকপাৰত SFI- DYFIৰ উদ্যোগত নাহৰৰ পুলি ৰোপন আৰু বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।