BJP Palonghat Mandal

BJP Palonghat Mandal

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Palonghat Mandal, Political Party, Palonghat, Silchar.

Photos from BJP Palonghat Mandal 's post 03/06/2026
03/06/2026
03/06/2026

১ কোটি গছপুলি, ৩৫ লক্ষ মহিলা আৰু অসমৰ ভৱিষ্যতৰ এক সুদৃঢ় সংকল্প।

বিশ্ব পৰিৱেশ দিৱস সমাগত। এই বিশেষ দিনটোত আমি সাজু হৈছোঁ এক অনন্য পদক্ষেপৰ বাবে। অসমৰ আত্মসহায়ক গোটৰ বাইদেউ-ভনীসকলে ৰাজ্যজুৰি বৃহৎ জনঅংশগ্ৰহণমূলক ঐতিহাসিক পদক্ষেপটিৰ অংশ হৈ কেৱল সেউজীয়া অসম গঢ়াৰ দিশকেই নহয়, বৰঞ্চ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ নাৰীশক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব।

1 crore trees. 35 lakh women. One shared commitment for Assam's future.

This World Environment Day, our SHG members will lead one of the largest community driven plantation drives in the State, showing once again how Assam's are driving change at the grassroots.

02/06/2026

Amiya Kanti Das

31/05/2026

অসমৰ প্ৰতিগৰাকী কন্যা সন্তানক সুৰক্ষিত-শিক্ষিত জীৱন উপহাৰ দিয়াটো কেৱল কৰ্তব্য নহয়, আমাৰ অংগীকাৰ৷

We are committed to building a future where our daughters thrive, shine and excel.

Want your business to be the top-listed Government Service in Silchar?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address

Palonghat
Silchar
788116