Rakesh nath

Contact the organization

Rakesh nath politician

01/08/2026

আজি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অনুষ্ঠিত হোৱা "অৰুণোদয় ৩.০" আঁচনিৰ বাঁহবাৰী গাঁও পঞ্চায়তৰ শুভ উদ্বোধনী অনুষ্ঠান লাইভ সম্প্ৰচাৰৰ জৰিয়তে উপভোগ কৰাৰ সৌভাগ্য লাভ কৰিলোঁ।
এই জনকল্যাণমূলক আঁচনিৰ জৰিয়তে ৰাজ্যৰ লক্ষ লক্ষ যোগ্য মহিলাই অধিক আৰ্থিক সুৰক্ষা আৰু আত্মনিৰ্ভৰশীলতাৰ দিশত আগবাঢ়িব। অসমৰ উন্নয়ন আৰু জনকল্যাণৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দৃঢ় প্ৰতিশ্ৰুতিক আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁll

Himanta Biswa Sarma
Dilip Saikia
Ritu Baran Sarmah





আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ দাদা 🙏।Ritu Baran Sarmah
11/07/2026

আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ দাদা 🙏।
Ritu Baran Sarmah

অসম বিধানসভাৰ 'উন্নয়ন (D) বিভাগসমূহৰ বিভাগীয় স্থায়ী সমিতি'ৰ এগৰাকী সদস্য হিচাপে মোক মনোনীত কৰাৰ বাবে অসম বিধানসভাৰ মাননীয় অধ্যক্ষ শ্ৰীযুত ৰণজিৎ কুমাৰ দাস ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ ওপৰত আস্থা আৰু বিশ্বাস প্ৰকাশ কৰি এই গুৰু দায়িত্ব অৰ্পণ কৰাৰ বাবে মই তেখেতৰ ওচৰত কৃতজ্ঞ।

এই নতুন দায়িত্বৰ জৰিয়তে অসমৰ জনসাধাৰণৰ কল্যাণ, সেৱা আৰু ৰাজ্যখনৰ সামগ্ৰিক উন্নয়নৰ দিশত অধিক নিষ্ঠা, সততা তথা দায়বদ্ধতাৰে কাম কৰি যোৱাৰ বাবে মই সংকল্পবদ্ধ।

আজি তেজপুৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী নীৰিক্ষণ সমিতি(DISHA)ৰ এখনি গুৰুত্বপূৰ্ণ সভ...
25/06/2026

আজি তেজপুৰ কনভেনচন চেণ্টাৰত অনুষ্ঠিত হোৱা শোণিতপুৰ জিলা উন্নয়ন সমন্বয়ৰক্ষী নীৰিক্ষণ সমিতি(DISHA)ৰ এখনি গুৰুত্বপূৰ্ণ সভাত অংশগ্ৰহন কৰোঁ। ১১নং শোণিতপুৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ শ্ৰী যুত ৰঞ্জিত দত্ত ডাঙৰীয়াই সভাপতিত্ব কৰা সভাখনত নদুৱাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকা ডাঙৰীয়া, বৰছলা সমষ্টিৰ বিধায়ক ৰিতুবৰণ শৰ্মা ডাঙৰীয়া,তেজপুৰ সমষ্টিৰ বিধায়ক শ্ৰী যুত পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, জিলা আয়ুক্তৰ লগতে জিলাখনৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়া সকল উপস্থিত থাকে।
Himanta Biswa Sarma
Ranjit Dutta
Padma Hazarika
Ritu Baran Sarmah
Prithiraj Rava

22/06/2026
Ritu Baran Sarmah
16/06/2026

Ritu Baran Sarmah

ভাৰতৰ যশশ্রী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাত পুথিমাৰী গাঁও পঞ্চায়তৰ অৰ্ন্তগত ২২৯ নং বুথত...
25/01/2026

ভাৰতৰ যশশ্রী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় অনুষ্ঠান মন কি বাত পুথিমাৰী গাঁও পঞ্চায়তৰ অৰ্ন্তগত ২২৯ নং বুথত উপস্থিত থাকি শ্ৰৱণ কৰো।


BJP Assam Pradesh
BJYM Assam
Himanta Biswa Sarma
Pallab Lochan Das

ভাৰতীয় জনতা যুৱমৰ্চা, শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰি মণ্ডল যুৱমৰ্চাৰ নৱনিযুক্ত সভাপতি  পৰশমণি দাস ডাঙৰীয়ালৈ আন্তৰিক প্ৰ...
26/11/2025

ভাৰতীয় জনতা যুৱমৰ্চা, শোণিতপুৰ জিলাৰ অন্তৰ্গত বিহগুৰি মণ্ডল যুৱমৰ্চাৰ নৱনিযুক্ত সভাপতি পৰশমণি দাস ডাঙৰীয়ালৈ আন্তৰিক প্ৰীতি আৰু অভিনন্দন জনাইছোঁ।

তোমাৰ সবল ও সুদক্ষ নেতৃত্বত বিহগুৰি মণ্ডল যুৱমৰ্চাৰ শক্তিশালী ধাৰা পূৰ্বতকৈ অধিক গতিশীলতা পাব বুলি আমি দৃঢ়বিশ্বাসী। তোমাৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জনাইছোঁ।
Madhusmita Hazarika
Rakesh Das
Bibek Paul
Parashmoni Das

লাচিত দিৱসৰ এই পৱিত্ৰ ক্ষণত,অসমীয়া জাতিৰ সাহস আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্ৰতীক বীৰযোদ্ধা লাচিত বৰফুকনক শ্ৰদ্ধাৰে সুৱঁ...
24/11/2025

লাচিত দিৱসৰ এই পৱিত্ৰ ক্ষণত,অসমীয়া জাতিৰ সাহস আৰু গৌৰৱময় ইতিহাসৰ যুগমীয়া প্ৰতীক বীৰযোদ্ধা লাচিত বৰফুকনক শ্ৰদ্ধাৰে সুৱঁৰিছোঁ🙏

মহান বীৰযোদ্ধা লাচিত বৰফুকন অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য, দেশপ্ৰেম আৰু সাহসৰ যুগমীয়া প্ৰতীক।

আজি লাচিত দিৱসৰ পবিত্ৰ ক্ষণত মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

পুৰণি ঘটুৱা গাওঁৰ  হীৰক জয়ন্তী সমাৰোহত পুৰণি ঘটুৱা ৰাইজ তথা বিশিষ্ট ব্যক্তি সকলৰ সৈতে উপস্থিত থাকো ।  হীৰক জয়ন্তী সমাৰ...
09/11/2025

পুৰণি ঘটুৱা গাওঁৰ হীৰক জয়ন্তী সমাৰোহত পুৰণি ঘটুৱা ৰাইজ তথা বিশিষ্ট ব্যক্তি সকলৰ সৈতে উপস্থিত থাকো ।
হীৰক জয়ন্তী সমাৰোহৰ উৎসৱমুখৰ পৰিৱেশত বৈভৱময় ভাৱে উদযাপন কৰা হয়।
অঞ্চলটোৰ বহুতো গুণী, জ্ঞানী আৰু সমাজমনস্ক ব্যক্তিৰ সন্মানজনক উপস্থিতিত অনুষ্ঠিত মূল সভাখন শান্তিপূৰ্ণ আৰু উৎসাহজনক পৰিৱেশৰ মাজত সফলতাৰে সম্পন্ন হয়।

Address

Tezpur

Website

Alerts

Be the first to know and let us send you an email when Rakesh nath posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Rakesh nath:

Shortcuts

Share