13/11/2026
কাজিৰঙাত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ খবৰে গভীৰভাৱে মৰ্মাহত কৰিছে। এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ বিদেহী আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ বিজেপি, শোণিতপুৰ জিলাৰ তৰফৰ পৰা গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে দুৰ্ঘটনাত আহত হোৱা প্ৰতিগৰাকী ব্যক্তিৰ শীঘ্ৰে সুস্থতা কামনা কৰিলোঁ। এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়ালসমূহৰ প্ৰতি আমাৰ আন্তৰিক সমবেদনা আৰু সহমৰ্মিতা জ্ঞাপন কৰিছোঁ।