BJP Tihu Mandal

  • Home
  • BJP Tihu Mandal
Call Directions Contact the organization

BJP Tihu Mandal political organization, Tihu

টিহু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ্য নেতা মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয...
02/10/2026

টিহু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক তথা ভাৰতীয় জনতা পাৰ্টিৰ জেষ্ঠ্য নেতা মাননীয় শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

তেখেতৰ সুদীৰ্ঘ ৰাজনৈতিক আৰু জনসেৱাৰ যাত্ৰা অধিক সফলতাৰে আগুৱাই যাওক। মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই তেখেতৰ সু-স্বাস্থ্য, দীৰ্ঘায়ু আৰু সাফল্য কামনা কৰিলোঁ।
Chandra Mohan Patowary

ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, অন্তোদয়া তথা একাত্ম মানৱতাবাদৰ প্ৰণেতা, প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী, ভাৰতীয় জনত...
25/09/2026

ভাৰতীয় জন সংঘৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক, অন্তোদয়া তথা একাত্ম মানৱতাবাদৰ প্ৰণেতা, প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী, ভাৰতীয় জনতা পাৰ্টিৰ কোটি কোটি কাৰ্যকৰ্তাৰ প্ৰাতঃস্মৰণীয় মাৰ্গদৰ্শক পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পবিত্ৰ জয়ন্তীত গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকোটি...
21/09/2026

অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা, জগতগুৰু, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত তেৰাৰ শ্ৰীচৰণত শতকোটি প্ৰণিপাত জনাইছোঁ।

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ প্ৰথম স্মৃতি দিৱসত অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।ত...
19/09/2026

অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱৰ প্ৰথম স্মৃতি দিৱসত অশ্ৰুসিক্ত নয়নেৰে গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
তেখেতৰ কণ্ঠ, সুৰ আৰু সৃষ্টিৰাজি আমাৰ হৃদয়ত চিৰদিন অমৰ হৈ ৰ’ব।

শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ এই শুভ দিনটোত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
18/09/2026

শ্ৰীশ্ৰী বিশ্বকৰ্মা পূজাৰ এই শুভ দিনটোত সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

17/09/2026

ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আশিৰ্বাদ বন্তি প্ৰজ্বলন অনুষ্ঠানত নাম প্ৰসংগ।

বিকশিত ভাৰতৰ খনিকৰ, অসমৰ সুহৃদ, ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভ...
17/09/2026

বিকশিত ভাৰতৰ খনিকৰ, অসমৰ সুহৃদ, ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

Narendra Modi

অসমত বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ।
15/09/2026

অসমত বৈষ্ণৱ ধৰ্মৰ অন্যতম প্ৰচাৰক শ্ৰীশ্ৰীহৰিদেৱ গুৰুজনাৰ পবিত্ৰ আৱিৰ্ভাৱ তিথিত ভক্তিভৰা প্ৰণিপাত জনাইছোঁ।

Address


Telephone

+918638113981

Website

Alerts

Be the first to know and let us send you an email when BJP Tihu Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP Tihu Mandal:

Shortcuts

  • Want your organization to be the top-listed government service?

Share