Raju Dhakal

Contact the organization

Raju Dhakal ✅ Official Page of Raju Dhakal , Organising Secretary, BPF. And G. S. Raju Dhakal is Young and Dynamic Leader of Assam.

of AGS

✅ Was Independent Candidate from Pasnwi Serfang MCLA Constituency in 5th BTC Election 2025

✅Recepient of the “Gorkha Gourav” 2025 award which was given by BTR Gorkha Samaj He is currently and emerging Politician of Assam

ওদালগুৰি জিলা Gorkha Comunity BPF Cell General secretary.মোৰ মৰমৰ ভাইটি, Sanju Katuwalৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শু...
25/09/2026

ওদালগুৰি জিলা Gorkha Comunity BPF Cell General secretary.

মোৰ মৰমৰ ভাইটি, Sanju Katuwalৰ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। 🎂💐❤️তোমাৰ জীৱন সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতাৰে ভৰি পৰক। তোমাৰ পাৰিবাৰিক জীৱন আৰু ৰাজনৈতিক কেৰিয়াৰ দুয়োটাই সুন্দৰভাৱে গঢ় লৈ উঠক—এই কামনাৰে সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ। 🙏
সদায় আগুৱাই যোৱা আৰু জীৱনত সফলতা অৰ্জন কৰা। শুভ জন্মদিন! 🥳🎊

বঙাইগাঁও জিলা গোৰ্খা সন্মিলনৰ জিলা অধিৱেশনত উপস্থিত থাকি আনন্দিত হৈছোঁ।আমাৰ গোৰ্খা সমাজৰ ঐক্য, সংগঠন, পৰিচয় আৰু নৱপ্ৰজন...
23/09/2026

বঙাইগাঁও জিলা গোৰ্খা সন্মিলনৰ জিলা অধিৱেশনত উপস্থিত থাকি আনন্দিত হৈছোঁ।

আমাৰ গোৰ্খা সমাজৰ ঐক্য, সংগঠন, পৰিচয় আৰু নৱপ্ৰজন্মৰ ভৱিষ্যৎ সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰাৰ এক অৰ্থপূৰ্ণ মঞ্চ হিচাপে এই অধিৱেশনে বিশেষ তাৎপৰ্য বহন কৰে।

অসম গোৰ্খা সন্মিলন, শোণিতপুৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি গৌৰৱান্বিত অনুভৱ কৰিলোঁ।নৱন...
21/09/2026

অসম গোৰ্খা সন্মিলন, শোণিতপুৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সমিতিৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি গৌৰৱান্বিত অনুভৱ কৰিলোঁ।

নৱনিৰ্বাচিত সমিতিৰ সমূহ বিষয়ববীয়ালৈ আন্তৰিক শুভেচ্ছা আৰু সফল কাৰ্যকালৰ শুভকামনা জ্ঞাপন কৰিলোঁ।

অসম গোৰ্খা সন্মিলন, কেন্দ্ৰীয় সমিতিৰ ২৮তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আহ্বানপত্ৰ, পোষ্টাৰ, বেনাৰ আৰু ৰচিদ বহী আজি এক বিশেষ অনুষ...
21/09/2026

অসম গোৰ্খা সন্মিলন, কেন্দ্ৰীয় সমিতিৰ ২৮তম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আহ্বানপত্ৰ, পোষ্টাৰ, বেনাৰ আৰু ৰচিদ বহী আজি এক বিশেষ অনুষ্ঠানৰ জৰিয়তে সন্মানীয় সভাপতি শ্ৰী কৃষ্ণ ভূজেলদেৱৰ দ্বাৰা আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

কেন্দ্ৰীয়, বিটিচি, ওদালগুৰি জিলা সমিতি, অসম নেপালী সাহিত্য সভা, অগোস মহিলা প্ৰকোষ্ঠ আৰু অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলৰ গৰিমাময় উপস্থিতিয়ে অনুষ্ঠানটি অধিক তাৎপৰ্যপূৰ্ণ কৰি তোলে।

২৮তম ত্ৰিবাৰ্ষিক অধিৱেশনখনি সৰ্বাংগসুন্দৰ আৰু সফল কৰি তুলিবলৈ ওদালগুৰিবাসী ৰাইজৰ আন্তৰিক সহযোগিতা, সহায় আৰু সক্ৰিয় অংশগ্ৰহণ কামনা কৰিলোঁ।

সকলোৰে সহযোগিতাই অধিৱেশনখনক সফলতাৰ নতুন উচ্চতালৈ লৈ যাব।

আজি ওদালগুৰিত অসমৰ সংগীত জগতৰ চিৰসেউজ হৃদয়স্পন্দন, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।
19/09/2026

আজি ওদালগুৰিত অসমৰ সংগীত জগতৰ চিৰসেউজ হৃদয়স্পন্দন, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
18/09/2026

বিশ্ব খনিকৰ শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদত সকলোৰে জীৱনৰ ...
14/09/2026

পৱিত্ৰ গণেশ চতুৰ্থী উপলক্ষে সকলোলৈ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদত সকলোৰে জীৱনৰ পৰা বাধা-বিঘিনি দূৰ হওক আৰু সুখ, শান্তি, সমৃদ্ধি আৰু সফলতাৰে জীৱন পৰিপূৰ্ণ হওক।

কিছুদিন পূৰ্বে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলী সুৰপাৰা নিবাসী অসমৰ গোৰ্খা সমাজৰ এগৰাকী খ্যাতনামা কণ্ঠশিল্পী তথা লালীগ...
14/09/2026

কিছুদিন পূৰ্বে তামুলপুৰ জিলাৰ অন্তৰ্গত নাগ্ৰিজুলী সুৰপাৰা নিবাসী অসমৰ গোৰ্খা সমাজৰ এগৰাকী খ্যাতনামা কণ্ঠশিল্পী তথা লালীগুৰাঁস থিয়েটাৰৰ মুখ্য গায়ক শ্ৰদ্ধাৰ হুকুমলাল মগৰ ডাঙৰীয়াৰ বিয়োগে সমগ্ৰ গোৰ্খা সমাজ তথা গোৰ্খালী সংগীত জগতক গভীৰভাৱে মৰ্মাহত কৰিছে।

কালি তেখেতৰ শোকাকুল বাসগৃহত উপস্থিত হৈ অসম গোৰ্খা সন্মিলনৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গক গভীৰ সমবেদনা জ্ঞাপন কৰোঁ। এই সময়ত আমাৰ সৈতে অসম গোৰ্খা সন্মিলনৰ বিটিচি ক্ষেত্ৰীয় আৰু তামুলপুৰ জিলা সমিতিৰ নেতৃবৰ্গও উপস্থিত আছিল।

গোৰ্খালী সংগীতৰ জগতখনলৈ তেখেতে আগবঢ়াই যোৱা অমূল্য অৱদান সদায় স্মৰণীয় হৈ থাকিব।

Address

Udalguri

Website

Alerts

Be the first to know and let us send you an email when Raju Dhakal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Raju Dhakal:

Shortcuts

Share