Darrang Udalguri Lok Sabha constituency ত মোৰ ভোট
Voice of Nation
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Voice of Nation, Udalguri.
09/09/2023
অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী তথা অসম প্ৰদেশৰ প্ৰাক্তন সভাপতি শ্ৰীযুত Ranjeet Kumar Dass ডাঙৰীয়াৰ জন্মদিন উপলক্ষে তেখেতলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আপোনাৰ সু-স্বাস্থ্য কামনা কৰিছোঁ।
06/09/2023
"বসুদেৱ-সুত-কৃষ্ণ তুমি ভকতৰ ইষ্ট
কংস-চাণূৰাদি-বিমৰ্দ্দন |
দৈৱকী-হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ
তযু পাৱে কৰোহো বন্দন |"
জন্মাষ্টমীৰ শুভক্ষণত ভগৱান শ্ৰীকৃষ্ণৰ শ্ৰীচৰণত ভক্তি সেৱা অৰ্পণ কৰিছোঁ।
09/08/2023
Click here to claim your Sponsored Listing.
