22/08/2020
সকলোকে বিজেপি দলত স্বাগতম জনালো।
Touch with us
22/08/2020
সকলোকে বিজেপি দলত স্বাগতম জনালো।
শ্ৰদ্ধাৰ ৰাইজ,
বৰ্তমান দেশত মহামাৰীৰ ৰূপ ধাৰন কৰা এই ক'ৰনা ভাইৰাছৰ পৰা হাত সাৰিবলৈ চৰকাৰে হাতত লোৱা নীতি নিৰ্দেশনা সমূহ আমি সকলোৱে মিলি পালন কৰিলেহে ইয়াৰ সংহাৰৰ পৰা আমি পৰিএান পাম।
নহলে ইয়াৰ পৰিণতি ভয়াবহ হব।