আমাৰ প্ৰিয় কংগ্ৰেছ দলৰ সকলো কৰ্মকৰ্তা আৰু সহযোগী শুভাকাংক্ষীসকললৈ এক বিনম্ৰ আহ্বান। 🙏
আমি সকলোৱে জানো যে সংসাৰ চলাবলৈ উপাৰ্জনৰ প্ৰয়োজন। বিগত ১২ বছৰে আমাৰ চৰকাৰ ক্ষমতাত নথকাৰ বাবে বহু কৰ্মকৰ্তাই জীৱিকা নিৰ্বাহৰ বাবে বিভিন্ন ক্ষেত্ৰত কাম কৰিবলৈ বাধ্য হৈছে। জীৱন আৰু পৰিয়ালৰ দায়িত্ব পালন কৰাটোও আমাৰ কৰ্তব্য।
কিন্তু য'তেই থাকক, যি কামেই কৰক, নিজৰ হৃদয়ত প্ৰিয় কংগ্ৰেছৰ আদৰ্শ, মূল্যবোধ আৰু জনসেৱাৰ মনোভাৱ সদায় জীয়াই ৰাখিব বুলি আশা কৰোঁ। 🙏
আহক, আমি সকলো একত্ৰিত হৈ পুনৰ জনতাৰ চৰকাৰ, কংগ্ৰেছ চৰকাৰ গঢ়ি তোলাৰ বাবে কাম কৰোঁ। সকলো জাতি-জনগোষ্ঠী, সকলো ধৰ্ম আৰু সকলো শ্ৰেণীৰ মানুহৰ কল্যাণৰ বাবে এক নতুন ভাৰত গঢ়াৰ সংকল্প লওঁ।
সত্য, উন্নয়ন, সমতা আৰু ভাতৃত্ববোধৰ পথেৰেই আমাৰ প্ৰিয় ভাৰতক প্ৰগতিৰ শিখৰলৈ আগবঢ়াই নিব পাৰিম।
জয় ভাৰত! জয় আই অসম! জয় কংগ্ৰেছ! ✋🇮🇳
Udalguri District Youth Congress Supporters
political party
केरल में जननायक राहुल गांधी का क्रेज़ 💝🤝✊
13/05/2026
গতকালকে গুহাটির রাজীব ভবনে আসাম প্রদেশ কংগ্রেস কমিটির সভাপতি Gaurav Gogoi মহাশয়ের নেতৃত্বে একটি সাংগঠনিক সভা হয়।
উক্ত সভায় উপস্থিত ছিলেন সাংসদ Rakibul Hussain সহ আসাম কংগ্রেস দলের নবনির্বাচিত বিধায়কবৃন্দ, প্রাক্তন বিধায়কবৃন্দসহ দলের বিভিন্ন স্তরের শীর্ষ নেতৃবৃন্দ।
সভায় রাজ্যের বর্তমান রাজনৈতিক পরিস্থিতি, সাধারণ মানুষের নানাবিধ সমস্যা ও উন্নয়নমূলক বিভিন্ন গুরুত্বপূর্ণ বিষয় নিয়ে বিস্তারিত আলোচনা করা হয়। পাশাপাশি কংগ্রেস সংগঠনকে তৃণমূল স্তর থেকে আরও সুসংগঠিত ও শক্তিশালী করে কিভাবে মানুষের পাশে থেকে জনস্বার্থে কাজ করা যায়, সেই বিষয়েও গঠনমূলক মতবিনিময় হয়।
Indian National Congress - Assam Indian National Congress Priyanka Gandhi Vadra Vikas Upadhyay
08/05/2026
কোনে কয় গৌৰৱ গগৈ বিফল?🫵
২৬ ৰ বিধানসভা নির্বাচনত ৮২ খন আসন পোৱা
বিজেপিৰ প্ৰাপ্ত মূঠ ভোট--৮১,৭৫,৭০৮ টা
কংগ্ৰেছৰ প্ৰাপ্ত মূঠ ভোেট--৬৪,৬৬,১০২ টা
প্রতি ১ লাখ ভোটৰ বিপৰীতে বিজেপিয়ে এখনকৈ আসন পোৱাৰ বিপৰীতে কংগ্রেছে প্রতি ৩ লাখ ৪০ হেজাৰ ভোটৰ বিপৰীতেহে এখনকৈ আসন পায়। ভোেট দান হোৱা ২,১৭,৭২,৮১৮টা ভোটৰ বিপৰীতে কংগ্ৰেছৰ এই প্ৰদৰ্শন যথেষ্টই সন্তোষজনক।
08/05/2026
বড়ো সমাজৰ মহান সমাজ সংস্কাৰক, ধৰ্মীয় চিন্তাবিদ আৰু শিক্ষাৰ অগ্ৰদূত কালিচৰণ ব্ৰহ্ম দেৱৰ মৃত্যু বাৰ্ষিকীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।🪔🌺🙇
নিজৰ আদৰ্শ, চিন্তা আৰু সমাজ সংস্কাৰৰ জৰিয়তে তেখেতে বড়ো সমাজক এক নতুন দিশ দেখুৱাইছিল। শিক্ষা, সামাজিক সচেতনতা আৰু ধৰ্মীয় সংস্কাৰৰ ক্ষেত্ৰত তেখেতৰ অৱদান আজিও অনুপ্ৰেৰণাৰ উৎস হৈ আছে।
‘গুৰুদেৱ’ হিচাপে পৰিচিত কালিচৰণ ব্ৰহ্ম দেৱে সাম্য, মানৱতা আৰু আত্মমৰ্যাদাৰ বাণী সমাজত প্ৰচাৰ কৰিছিল। তেখেতৰ আদৰ্শ আৰু সংগ্ৰামে চিৰদিন নতুন প্ৰজন্মক পথ প্ৰদৰ্শন কৰি যাব।🙏
কংগ্ৰেছ দলৰ চিন্তা — সংবিধান, সমতা, ভাতৃত্ববোধ আৰু সকলো ধৰ্ম-জাতিক একেলগে লৈ আগবাঢ়ি যোৱা 🇮🇳✋
আনহাতে BJP/RSS ৰ ৰাজনীতি — ধৰ্ম আৰু বিভাজনৰ নামত মানুহক ভাগ ভাগ কৰি শাসন চলোৱা।
কংগ্ৰেছ কয় “সকলো ভাৰতীয় এক” ❤️ BJP/RSS এ কয় “ভাগ কৰি ৰাজনীতি কৰা” ⚠️
এইয়া হ’ল একতা বনাম বিভাজনৰ লড়াই। সংবিধান বনাম ঘৃণাৰ ৰাজনীতিৰ লড়াই। ✊
✊🙏 আমি হাৰা নাই — এইটো স্পষ্ট কথা।🫵✅
কাৰণ এই পৰিণামৰ আঁৰত বহু কথা আছে — আৰু সেইবোৰ আমি ভালদৰে জানো।🙏✅
আমাৰ প্ৰিয় ❤️ জনতাৰ মৰম, বিশ্বাস আৰু অকৃত্ৰিম সমৰ্থনে আমাক ৩০,৩৮৬টা ভোটৰ আশীৰ্বাদ দিছে।🤗
এইটো স্পষ্ট প্ৰমাণ — ৰাইজে বিনা পইচাতে আমাক বাচি লৈছে, আমাক ভাল পাইছে। আমি এতিয়াও বিজয়ী।✊
এই যুঁজ শেষ হোৱা নাই — এইটো মাত্ৰ আৰম্ভণি।
মোৰ সকলো যোদ্ধা ভাতৃ-ভগ্নীসকললৈ আহ্বান —মন বেয়া নকৰিবা, দৃঢ় হৈ থাকিবা।
🔁 আমি আকৌ আহিম🤝
⚔️ আকৌ যুঁজিম
🏆 আৰু সত্যৰ বিজয় নিশ্চিত কৰিম🪔🌺🙇
বিজয় আমাৰ হবই — সময়ে সকলো প্ৰমাণ কৰিব।
04/05/2026
असम प्रदेश युवा कांग्रेस के अध्यक्ष Zubair Anam jii को अलगापुर-काटलिचेरा से 1 लाख से अधिक वोटों के ऐतिहासिक मार्जिन से जीत दर्ज करने पर बहुत-बहुत बधाई!💐💝
यह जीत Rahul Gandhi जी के उस विजन की सफलता है, जिसमें उन्होंने हमेशा युवाओं को राजनीति की मुख्यधारा में लाने और उन्हें नेतृत्व सौंपने की बात कही है। ✊
हमें आप पर गर्व है,Zubair Anam jii ! युवाओं की आवाज़ अब सदन में और भी बुलंद होगी✊
04/05/2026
অভিলেখ ভোটত জয়ী হ’বলৈ সক্ষম হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ আলগাপুৰ-কাটলিচেৰা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তথা অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি Zubair Anam ডাঙৰীয়ালৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ 💐🤗
আপোনাৰ এই জয় আমাৰ বাবে আশাৰ প্ৰদীপ । বহু ত্যাগ, সাধনা আৰু দলটোৰ প্ৰতি প্ৰতিনিয়ত সমৰ্পণ আমাৰ বাবে সাহস আৰু প্ৰেৰণা । যুৱ কংগ্ৰেছৰ মজিয়াৰ পৰা এই যাত্ৰাই আমাকো ন’কৈ সজাইছে । 💝✊
Uday Bhanu Chib Indian Youth Congress
Algapur Katlicherra
04/05/2026
হাৰ মাথোঁ ফলাফলত, মনোবলত নহয়।✊
জনতাৰ বাবে মোৰ সংগ্ৰাম সদায় অব্যাহত থাকিব।🪔
আপোনালোকৰ মৰমে মোক কেতিয়াও একেলা নকৰে।
এই সম্পৰ্ক মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি।🙏
Click here to claim your Sponsored Listing.
Location
Category
Contact the business
Telephone
Website
Address
Udalguri
