ধনশিৰী UPPL

ধনশিৰী UPPL

Share

Always UPPL

27/03/2026

বিটিআৰত নিৰ্বাচনৰ পিছত উচ্ছেদ কৰিবলৈ সাজো BJP আৰু BPF দলে চাওঁক সংখ্যালঘু ৰাইজ তাৰ পিছত যদি সংখ্যালঘু ৰাইজে BPF দ'লক ভোট প্ৰদান কৰে তেতিয়া নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিব এতিয়া BPF দ'লৰ অন্ধ ব্যক্তি বিলাগ কি, ক'ব এতিয়া তাৰ পিছত BJP BPF দ'লৰ হৈ একাংশ সংখ্যালঘু নেতা ৰাইজৰ মাজত প্ৰচাৰ কৰাৰ পৰিলক্ষিত হৈছে সেই BPF দলৰ নেতা সকলে বিটিআৰ সংখ্যালঘু ৰাইজৰ তেজ পানী বিক্ৰী কৰি নিজৰ স্বাৰ্থৰ পূৰণত ব্যস্ত এতিয়া ৰাইজ আপোনালোকেও সিদ্ধান্ত গ্ৰহণ কৰক এতিয়া কাক ভোট প্ৰদান কৰিব BPF দ'লক ভোট প্ৰদান কৰিলে আপোনাৰ লোকৰ ভোট লৈ ক্ষমতা বহি আপোনালোককে উচ্ছেদ কৰিব সেই কাৰণে সময় থাকোঁতেই সাৱধান হওঁক বিটিআৰ সংখ্যালঘু ৰাইজ সকল।

26/03/2026

ৰাইজলৈ এৰিলোঁ ইয়াৰ পাছত ও ৰাইজে BPF আৰু BJP কেনেকৈ গ্ৰহণ কৰিব ।

26/03/2026

“কিমান আৰু টুপী পিন্ধাব?”

হাগ্ৰামা মহিলাৰী আৰু বিপিএফ দলৰ ঠগবাজী —

সংখ্যালঘু জনতাৰ বাবে ভূৱা প্ৰতিশ্ৰুতি —
কেতিয়াবা উন্নয়ন, কেতিয়াবা সুৰক্ষা, কেতিয়াবা ভূমিৰ অধিকাৰ !
কিন্তু বাস্তৱত কি পালে ?
নিৰ্বাচনৰ ঠিক পিছমুহূৰ্ত্ততে লুটিবাগৰ !

নির্বাচনৰ সময় আহিলেই মিঠা মাতেৰে ভোট আদায়, নিৰ্বাচনৰ ঠিক পিছতেই বিজেপিৰ সতে মিতিৰালি !

জনতা এতিয়া সজাগ !
হাগ্ৰামাৰ টুপী পিন্ধোৱা ৰাজনীতি সংখ্যালঘু জনতাই ভালকৈ বুজি পাইছে।
ধর্ম বা সমাজৰ নামত ভাৱাবেগেৰে খেলাৰ দিন শেষ।
এইবাৰ ভোট মানে —
হিচাপ লোৱাৰ সময়।
এইবাৰ সিদ্ধান্ত মানে —
ভৱিষ্যৎ সুৰক্ষিত কৰাৰ সময়।
সংখ্যালঘু সমাজ সজাগ হওক,
নিজ অধিকাৰৰ বাবে একত্ৰিত হওক।
















06/07/2025
Photos from ধনশিৰী UPPL's post 19/03/2025
Photos from ধনশিৰী UPPL's post 19/03/2025

দিনক দিনে বৃদ্ধি পাইছে UPPL দলৰ শক্তি । আজি ইকৰাবাৰি প্ৰাইমাৰী ৰ অন্তৰ্গত BPF আৰু অন্যান্য ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ লগতে প্ৰায় 50 জনতকৈ অধিক সাধাৰণ ৰাইজে সমাজৰ লগতে সমগ্ৰ BTR ৰ উন্নতিৰ স্বাৰ্থত UPPL দলত যোগদান কৰে
Pramod Boro


Photos from ধনশিৰী UPPL's post 09/03/2025

BPF দলৰ সক্ৰিয় কৰ্মী গোলাজাৰ হুছেইন আৰু ছাহজাহান আলী আজি UPPL দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে ।
এয়াই প্ৰমাণ কৰে যে BTR ৰ ৰাইজে কেৱল শান্তি,উন্নতি,আৰু প্ৰগতি বিচাৰিছে।। UPPL for peace and progress ।।



01/03/2025

Happy birthday to the hon'ble shri Pramod Boro jii.

03/02/2025

Mr. Afjal Khan, Central General Secretary (O) of BPF, has submitted his resignation and also withdrawn his primary membership from the party.

Want your business to be the top-listed Government Service in Udalguri?

Click here to claim your Sponsored Listing.

Location

Website

Address

Udalguri
Udalguri