16/02/2026
টাটা ছেমিকণ্ডাক্টৰ প্রকল্পৰ তৰফৰ পৰা দক্ষতাসম্পন্ন পেছাদাৰীসকলৰ বাবে এক নিয়োগ অভিযান অনুষ্ঠিত কৰাৰ পদক্ষেপ গ্রহণ কৰা হৈছে। ১৯ ফেব্রুৱাৰীলৈ আবেদনৰ সময়সীমা থকা এই অভিযানত যোগ্য বিবেচিতসকলক ২১ আৰু ২২ ফেব্রুৱাৰী সাক্ষাৎকাৰৰ বাবে আমন্ত্রণ জনোৱা হ’ব।
আবেদনৰ বাবে কিউ আৰ কোড স্কেন কৰক অথবা অনুসৰণ কৰক—
📍অসম অভিযান্ত্ৰিক মহাবিদ্যালয়
https://docs.google.com/forms/d/e/1FAIpQLSfostJ_faZPxBJrvUQlm-Q_d6X8KEFWwVIbVgpCwacFc5LM_w/viewform
Himanta Biswa Sarma
Dilip Saikia
Pallab Lochan Das
Nilima Devi
BJP Assam Pradesh

15/02/2026
14/02/2026
14/02/2026
14/02/2026
12/02/2026