02/09/2024
Boath meeting at Bapuji Nagar
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rakhi Bora, Guwahati.
02/09/2024
Boath meeting at Bapuji Nagar
28/08/2024
21/07/2024
"Tribute to the selfless guides who have shown us the way. Happy Guru Purnima!"
21/07/2024
গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰমব্ৰহ্ম তস্মৈশ্ৰী গুৰুৱে নমঃ।।
গুৰু বিনে জ্ঞান নাই, জ্ঞান বিনে আত্মা নাই। ধ্যান, জ্ঞান, আত্মা আৰু কৰ্ম এই সকলো গুৰুৰ পৰাই সম্ভৱ।
গুৰু পূৰ্ণিমাৰ এই ব্ৰহ্ম মূহুৰ্তত প্ৰতিজন গুৰুলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ....🙏🙏🙏
13/04/2024
আজি ৬১তম বৰ্ষ নুনমাটি বিহু সন্মিলন উদযাপন অনুষ্ঠানত উপস্থিত থাকি অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা, প্ৰতিগৰাকী অসমীয়াৰ স্বাভিমান বাপতি-সাহোন ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ হিয়াভৰা ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোক সকলোলৈকে।
ৰঙালীৰ ৰঙেৰে হওঁক সাতামপুৰুষীয়া সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী, সুখ, শান্তি, সমৃদ্ধি, হাঁহি, আনন্দৰে উপচি ৰঙীন হৈ পৰক সকলোৰে মন প্ৰাণ, সকলোৰে জীৱন।
তাৰেই কামনাৰে ll
06/04/2024
30/01/2024
আজি ৩০/০১/২৪ তাৰিখে মোৰ ৱাৰ্ডত শালবাৰী বাপুজীনগৰ স্মখান ঘৰতোৰ কাম সম্পূৰ্ণ কৰা হয়।
29/01/2024
আজি ইং ২৯/০১/২০২৪ তাৰিখে উত্তৰ গুৱাহাটী মণ্ডলৰ অন্তৰ্গত ৰজাদুৱাৰ বহুমূখী সামূহিক কেন্দ্ৰত অনুষ্ঠিত হোৱা বিজেপি গুৱাহাটী জিলা সমিতিৰ চতুৰ্থখন কাৰ্যনিৰ্বাহক সভা খনত উপস্থিত থকাৰ কিছু বিশেষ মূহুৰ্ত।
28/01/2024
আজি ২৮/০১/২০২৪ তাৰিখে নিউ গুৱাহাটীৰ মোৰ 56নং ৱাৰ্ড কাৰ্যালয়ত ৰাইজৰ মাজত ৰেচন কাৰ্ড বিতৰণ কৰোঁ উপস্থিত ৰাইজৰ উৎসাহ আৰু আশীৰ্বাদপায় নিজকে ধন্য অনুভৱ কৰিছো 🙏🙏🙏
28/01/2024
প্ৰধানমন্ত্ৰীৰ 'মন কি বাত' অনুষ্ঠানে আমাক সদায়ে অনুপ্ৰেৰণা যোগায় আহিছে। আজি নিউ গুৱাহাটী সমষ্টিৰ গীতানগৰ মণ্ডলৰ ৫৬নং ৱাৰ্ডৰ অন্তৰ্গত ২৭ আৰু ৪১ বুথৰ ৰাইজৰ লগত 'মন কি বাত' অনুষ্ঠানত অংশগ্ৰহণ কৰোঁ। অনুষ্ঠানটোৰ প্ৰতি ৰাইজৰ উৎসাহ দেখি আপ্লুত হৈ পৰো।
16/12/2023
আজি ইং ১৬ ডিচেম্বৰ, ২০২৩ তাৰিখে গুৱাহাটী পৌৰ নিগমৰ মাননীয় মেয়ৰ শ্ৰীযুত মৃগেন শৰণীয়া ডাঙৰীয়া দেৱে ১৫তম্ বিত্তীয় আয়োগৰ ২০২১-২২ বৰ্ষৰ আৱণ্টিত পুঁজিৰে ৫৬ নং ৱাৰ্ডৰ দক্ষিণ জ্যোতিনগৰ, বামুণীমৈদাম, পৰাগ দাস পথৰ নিৰ্মাণ কৰিবলগীয়া গভীৰ নলী নাদৰ আধাৰশিলা স্থাপন কৰে।এই অনুষ্ঠানত বুথৰ সভাপতি,কৰ্মকৰ্তা আৰু ৰাইজৰ লগত উপস্থিত থাকো।