Suhail Rahman

Suhail Rahman

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Suhail Rahman, Barpeta.

Photos from Suhail Rahman's post 16/11/2025

বজালী জিলাৰ জিলা কংগ্ৰেছ কমিটিৰ অফিচত দলীয় নেতা কৰ্মীৰ মতবিনিময় অনুষ্ঠাত অংশ গ্ৰহণ কৰিলো !
Gaurav Gogoi Rakibul Hussain

14/11/2025

স্বাধীন ভাৰতৰ প্ৰথম গৰাকী প্ৰধানমন্ত্ৰী, স্বাধীনতা সংগ্ৰামী, আধুনিক ভাৰতৰ নিৰ্মাতা, ভাৰত ৰত্ন, পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

নেহৰুদেৱৰ দেশমাতৃৰ প্ৰতি অনবদ্য সেৱা, তেওঁৰ বিচাৰধাৰা আৰু আদৰ্শই দেশবাসীক চিৰদিন উদ্বুদ্ধ কৰি ৰাখিব।

তেওঁৰ জন্মদিনটো প্ৰতি বছৰে শিশু দিৱস হিচাপে পালন কৰা হয়। দেশৰ ভৱিষ্যতস্বৰূপ প্ৰতিগৰাকী শিশুক আজিৰ এই বিশেষ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

Photos from Indian National Congress - Assam's post 03/09/2025
15/07/2025
08/07/2025

📌ছোহেইল ৰহমানক প্ৰদেশ কংগ্ৰেছৰ যুটীয়া সম্পাদক হিচাপে দিয়া হ'ল নিযুক্তি

📌অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ প্ৰাক্তন সম্পাদক তথা বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ
নেতা ছোহেইল ৰহমান

06/07/2025

I would like to thank AICC President Shri Mallikarjun Kharge, MP, LOP Shri Rahul Gandhi, MP, and Assam PCC President Shri Gaurav Gogoi, MP, & special, thanks to my mentor Rakibul Hussain Mp (Dhubri ) for including me in the PCC committee as Joint Secretary. Congratulations to all the other committee members and best wishes to everyone.
Indian National Congress
Indian National Congress - Assam
Rahul Gandhi
Bhanwar Jitendra Singh
Rakibul Hussain
Gaurav Gogoi

06/09/2024

1ST CONVENTION OF RESULT ORIENTED INTERACTIVE SESSION WITH FARMERS,
INDUSTRIALISTS AND EDUCATIONAL
ACTIVISTS

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Telephone

Website

Address

Barpeta