Maheswar Boro Fan Club

  • Home
  • Maheswar Boro Fan Club

Maheswar Boro Fan Club Bodoland People's Front

Grand finale football tournament at Dimakuchi james benga football playground, Harisinga town club V/S Mainao FC Bongaig...
11/10/2026

Grand finale football tournament at Dimakuchi james benga football playground, Harisinga town club V/S Mainao FC Bongaigaon

🏆winner 🏆 of the tournament Harisinga Town club 5 -1

আজি ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ধোপগুৰি আৰু ছাৰণপাৰাৰ ৰাইজৰ সৈতে আমাৰ মাননীয় বিধায়ক শ্ৰী মহেশ্বৰ বড়োৱে মত বিনিময় কৰি তে...
11/09/2026

আজি ভেৰগাঁও সমষ্টিৰ অন্তৰ্গত ধোপগুৰি আৰু ছাৰণপাৰাৰ ৰাইজৰ সৈতে আমাৰ মাননীয় বিধায়ক শ্ৰী মহেশ্বৰ বড়োৱে মত বিনিময় কৰি তেওঁলোকৰ বিভিন্ন সমস্যা আৰু অভাৱ-অভিযোগৰ বিষয়ে বুজ লয়। বিশেষকৈ ধোপগুৰিৰ পৰা ছাৰণপাৰালৈ মূল পথৰ সৈতে সংযোগ স্থাপন কৰা পথটোৰ দীৰ্ঘদিনীয়া সমস্যাৰ বিষয়ে আলোচনা কৰা হয়। স্থানীয় ৰাইজৰ যাতায়াত আৰু যোগাযোগৰ ক্ষেত্ৰত সৃষ্টি হোৱা অসুবিধাসমূহৰ সমাধানৰ বাবে বিষয়টো গুৰুত্বসহকাৰে আলোচনা কৰা হয়।
Maheswar Baro
Hagrama Mohilary
Bhergaon Block BPF

Rest in peace Om santi
27/08/2026

Rest in peace
Om santi

নতুনকৈ অহা BPF পাৰ্টীত যোগদান কৰা সকলোকে শুভে্ছা জনোৱাৰ এটা প্ৰগ্ৰাম আয়োজন কৰিছে ভেৰগাঁও ব্লক কমিটি youth BPF এ     গতি...
23/08/2026

নতুনকৈ অহা BPF পাৰ্টীত যোগদান কৰা সকলোকে শুভে্ছা জনোৱাৰ এটা প্ৰগ্ৰাম আয়োজন কৰিছে ভেৰগাঁও ব্লক কমিটি youth BPF এ
গতিকে সকলোকে আমন্ত্ৰিত কৰা হয় যে এই WELCOM PROGRAM ত উপস্থিত থাকে যেন।
🤝।।ধন্যবাদ।।🤝



20/08/2026

এয়া আমাৰ জনসাধাৰণৰ মাজত বন্য প্ৰাণী সংৰক্ষণ কৰা,প্ৰকৃতিৰ প্ৰতি দায়বদ্ধতা হাতী মানুহৰ সংঘাত হ্ৰাস কৰাৰ কেৱল এক সামান্য প্ৰয়াস l

20/08/2026
বিশ্ব পৰিবেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ   Maheswar Baro Hagrama Mohilary
05/06/2026

বিশ্ব পৰিবেশ দিৱস উপলক্ষে সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ

Maheswar Baro
Hagrama Mohilary

Address


Website

Alerts

Be the first to know and let us send you an email when Maheswar Boro Fan Club posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

  • Want your organization to be the top-listed government service?

Share