30/04/2023
Man ke bat at fakirganj Mondal nashkara GP booth no 130/128/127
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJP Minority Morcha SSM Dist, Political Party, .
30/04/2023
Man ke bat at fakirganj Mondal nashkara GP booth no 130/128/127
14/04/2023
সমূহ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ ।
14/04/2023
14/04/2023
"বিহুটি বছৰি আহিবা
অসমী আইকে জগাবা
বিপদৰ কালতো মাহ হালধিৰে জাতিটোৰ দেহ মন ধোৱাবা"
চিৰ সেউজীয়া, চিৰ বিনন্দীয়া যাউতিযুগীয়া, সেউজ অনুভৱেৰে অসমীয়া গণজীৱনক ঋদ্ধ কৰি ৰখা ৰঙালী বিহু আৰু অসমীয়া নতুন বছৰৰ বুটাতোলা বিহুববীয়া ওলগ আৰু সহৃদয় সেৱা জনালোঁ।
"ব'হাগ এটি নৱ নৱ চিন্তাৰ
সাঁচিপাত পুথিৰে পাত"
অসমীয়া জাতীয় জীৱনৰ,সৃষ্টিৰ প্ৰেৰণা-উদ্দীপনা তথা আশা-স্বপ্নৰ মেটমৰা সম্ভাৰ ব'হাগে সম্প্ৰীতি-প্ৰগতি-সমৃদ্ধিৰে প্ৰতিজন অসমীয়াৰ জীৱন সমৃদ্ধ কৰক। এই ব'হাগে আই অসমীক নতুন গতিৰে বিশ্বৰ বুকুত অনুপম-অতুল্য ৰূপে প্ৰতিষ্ঠা কৰক।
01/02/2023
অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপজা দিনত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিলোঁ। প্ৰভু-ভগৱন্তৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য তথা দীর্ঘায়ু কামনা কৰাৰ লগতে আপোনাৰ সু-নেতৃত্বই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আশাক পূৰ্ণতা প্ৰদান কৰিব বুলি আশা ৰাখিলোঁ।
Himanta Biswa Sarma
20/01/2023
"কলাৰ বাবে কলা নহয়, জীৱনৰ বাবেহে কলা।"
- কথাশিল্পী কেশৱ মহন্ত
‘কলৰে পাততে কাউৰী পৰে’, ‘মা আমি শদিয়ালে যামেই’, ‘হিংসাৰ চিকমিক চোকা তৰোৱাল’, ‘পাৰৰ পাখিত গাঁঠি দিলোঁ’ তথা ‘নদী মাথোঁ বয়’ ইত্যাদি বিভিন্নটা গীতৰ সফলতাৰ আঁৰৰ ব্যক্তিগৰাকী আছিল কেশৱ মহন্ত দেৱ।
গাঁৱৰ আৰু মফচলীয়া অঞ্চলৰ সৰু তথা সাধাৰণ জীৱন-ধাৰণ কৰা মানুহৰ মনৰ সঁচা খবৰবোৰক শিল্প আকাৰে প্ৰস্তুত কৰি দীৰ্ঘকালজুৰি হেজাৰ হেজাৰ পাঠক-শ্ৰোতাৰ মন জয় কৰিবলৈ তেখেত সক্ষম হৈছিল।
তেখেতৰ এই সুদীৰ্ঘ কাব্য পৰিক্ৰমাই নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। এই মহান শিল্পী গৰাকীৰ আজি জন্মবাৰ্ষিকীত তেখেতক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ…
05/01/2023
বুথ সশক্তিকৰণ 22নং দক্ষিণ শালমাৰা মানকাচাৰ জিলা ফকিৰগঞ্জ মন্ডল,
03/01/2023