09/04/2026
সমূহ সন্মানীয় ভোটাৰ ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ মৰম, বিশ্বাস আৰু সমৰ্থন মোৰ বাবে অমূল্য। 🙏
Former Member of Assam Legislative Assembly representing 44 Jania LAC
09/04/2026
সমূহ সন্মানীয় ভোটাৰ ৰাইজলৈ মোৰ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। আপোনালোকৰ মৰম, বিশ্বাস আৰু সমৰ্থন মোৰ বাবে অমূল্য। 🙏
07/04/2026
As we reach the final day of this campaign, my heart is filled with gratitude. Today’s meeting in Kalgachia, our last before the campaign concludes, was truly overwhelming. The energy and the love I witnessed will stay with me forever. The people of Mandia have showered immense support and trust throughout these days. From every corner of the constituency, your encouragement has been my greatest strength. This journey has never been just about an election it has been about connecting with you, understanding your aspirations, and standing united for a better future.
I sincerely thank each and every one of you for standing with us and making today’s final meeting a grand success.
Now, with your blessings, we move forward with full confidence.
Glimpses from the recent program of Asaduddin Owaisi in Mandia.
Grateful to the people of Mandia LAC for your unwavering support and love.
03/04/2026
I extend my heartfelt thanks to Asaduddin Owaisi sahab for gracing Mandia with his presence and inspiring words.
I am deeply grateful to the people of Mandia for the overwhelming support and massive turnout. Today’s response clearly shows that Mandia has made up its mind, AIUDF is moving towards a decisive victory. Your love and trust give me the strength to continue this fight for development, education, and the dignity of minority Muslims and all communities.
With your blessings, we will build a stronger and better Mandia.
Thank you. Victory is ours, In Shaa Allah
03/04/2026
মন্দিয়াৰ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ
02/04/2026
সমূহ মন্দিয়া বাসী ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ। ধন্যবাদ
জনীয়াৰ সন্মানীয় বিধায়ক ড° হাফিজ ৰফিকুল ইছলামে এক গুৰুত্বপূর্ণ ঘোষণা কৰি জনাইছে যে, হাইদৰাবাদৰ সাংসদ সন্মানীয় আছাদ উদ্দিন ওৱেচি অহা কালি অৰ্থাৎ ৩ এপ্ৰিল, শুক্ৰবাৰ দিনা জনীয়া খেল পথাৰত উপস্থিত থাকিব। তেওঁ এ আই ইউ ডি এফ দলৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি ৰাইজৰ সৈতে মত-বিনিময় কৰিব।
এই উপলক্ষে সমূহ মন্দিয়াবাসী ৰাইজক দুপৰীয়া ২ বজাৰ আগতে সময়মতে উপস্থিত থাকিবলৈ আন্তৰিক অনুৰোধ জনোৱা হৈছে। আপোনালোকৰ সক্ৰিয় উপস্থিতিয়ে এই সভাক সফল কৰি তুলিব বুলি আশা কৰা হৈছে।
ধন্যবাদ।
01/04/2026
মন্দিয়া সমষ্টিৰ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলোঁ , ধন্যবাদ। Rafiqul Islam