25/03/2026
সকলোলৈ শুভেচ্ছা থাকিল
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Directorate of Tribal Affairs -Plain, Assam, Government Official, Rukmininagar, .
25/03/2026
সকলোলৈ শুভেচ্ছা থাকিল
13/03/2026
সোণোৱাল কছাৰী সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভবিষ্যতৰ বাবে এক গৌৰৱজনক পদক্ষেপ 👏👏
13/03/2026
12/03/2026
The Tribal Rest House in Lakhimpur inaugurated by the Tribal Affairs (Plain) Department will support tribal students & visitors from remote areas. A great step for community development!
📍 Location: Gopi Nagar Colony, near Shiv Mandir, Lakhimpur
10/03/2026
A milestone for development of Education sector for Tribal Students of Assam !
On 10th March 2026, the foundation stone of Ekalavya Model Residential School, Khoirabari.. was laid by Shri Hagrama Mohilary, Hon’ble Chief of BTC, in the august presence of Shri Biswajit Daimary (Hon’ble Speaker, Assam Legislative Assembly), Dr. Ranoj Pegu (Hon’ble Minister, Govt. of Assam), Shri Jayanta Mallabaruah (Hon’ble Minister, Govt. of Assam), Shri Durga Das Boro(Hon’ble MLA, Kalaigaon LAC), and Shri Lwmshrao Daimari (Hon’ble EM, BTC)
অসমৰ জনজাতীয় ছাত্ৰ-ছাত্ৰীৰ শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে এক মাইলৰ খুঁটি !
১০ মাৰ্চ, ২০২৬ তাৰিখে খৈৰাবাৰীৰ একালব্য মডেল ৰেচিডেনচিয়েল স্কুলৰ আধাৰশিলা স্থাপন কৰা হ’ল। এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে বি টি চিৰ মাননীয় প্ৰধান শ্ৰী হাগ্ৰামা মহিলাৰীৰ লগতে শ্ৰী বিশ্বজিৎ দৈমাৰী (মাননীয় অধ্যক্ষ, অসম বিধানসভা), ডা° ৰনোজ পেগু (মাননীয় মন্ত্ৰী, অসম চৰকাৰ), শ্ৰী জয়ন্ত মল্লবৰুৱা (মাননীয় মন্ত্ৰী, অসম চৰকাৰ), শ্ৰীযুত দুৰ্গা দাস বড়ো(মাননীয় বিধায়ক, কলাইগাঁও এল এ চি), আৰু শ্ৰী লম্শ্ৰাও দৈমাৰী (মাননীয় ই এম, বিটিচি)
09/03/2026
ৰাজ্যৰ সকলো ভাষা-সংস্কৃতি সংৰক্ষণৰ প্ৰতি সদা দায়বদ্ধ অসম চৰকাৰে অলপতে ডিমাচা ভাষাক শিক্ষাৰ মাধ্যম হিচাপে গ্রহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
২০২৬-২৭ৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয় আৰু ২০২৭-২৮ৰ পৰা দশম শ্রেণীতো ঐচ্ছিক বিষয়ৰূপে 'ডিমাচা' অন্তৰ্ভুক্ত হ'ব। লগতে, মাধ্যমিক পর্যায়তো আধুনিক ভাৰতীয় ভাষাৰ বিকল্পৰূপে 'ডিমাচা'ৰ সুবিধা থাকিব ।
Under the visionary leadership of Hon’ble CM Dr. Himanta Biswa Sarma , Assam continues to celebrate and preserve its rich linguistic heritage.
Beginning from the academic session 2026–27, Dimasa language will be introduced in Class IX, followed by Class X in 2027–28 in an important step towards empowering indigenous communities and safeguarding their cultural identity.
Every language carries a legacy, and Govt of Assam stands committed to protecting it.
07/03/2026
Proud Moment for Assam ❤️
02/03/2026
"ওম খ্ৰীং ৰাজা দেউতা
খ্ৰীং ৰাজা ধৰণী গজাই গুৰু ঢাকনী
আপুনি অয়লাসত ফুৰিছে অয়লাসত চাকিছে !
দিন খাই দিন দেখিছে,ৰাতি খায় ৰাতি দেখিছে !
য'তে আছে ত'ৰে পৰাই আশীৰ্বাদ কৰক
চাৰি মুঠি জীৱৰ নিস্তাৰ হওঁক
ভা..ভূ..."
অসমৰ ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ খ্ৰীং খ্ৰীং বাইথ' পূজাৰ লগতে সকলোলৈকে সোনোৱাল বিহুৰ শুভেচ্ছা জনালো।
18/02/2026
অসমৰ মিচিং জনগোষ্ঠীৰ পৰম্পৰাগত কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জনালোঁ। ফাগুনৰ প্ৰথম বুধবাৰে আয়োজিত এই উৎসৱে সকলোৰে জীৱনলৈ শান্তি, সমৃদ্ধি, সুস্বাস্থ্য আৰু চহকী ফচল কঢ়িয়াই আনক।
Wishing everyone heartfelt greetings and best wishes on the occasion of Ali Aye Ligang, the traditional agricultural festival of the Mishing community of Assam. Celebrated on the first Wednesday of Phagun, this festival brings peace, prosperity, good health, and bountiful harvests into our lives.
Best wishes & warm greetings to the Karbi Community of on the auspicious occasion of Dehal Kachir Dom.
May the festival bring happiness, peace and prosperity for all.