কংগ্ৰেছ আৰু ৰাইজৰ দলৰ নিকৃষ্ট ৰাজনীতি।ৰাজনীতি পথাৰত জুবিন গাৰ্গক কিয় টানি আনিছে ?।বিৰোধী ঐক্য মঞ্চৰ উন্নয়নৰ ইচ্ছু নাই নে ?।যি ৰাজনীতি দলে নহওঁক কিয় জুবিন গাৰ্গক এজেণ্ডা হিচাপে লৈ ৰাজনীতি কৰাটো চৰম নিকৃষ্ট কাণ্ড আৰু গৰিহণাৰ যোগ্য।
জ'নাইৰ ইটো -সিটো -বহুতো
Informations de contact, plan et itinéraire, formulaire de contact, heures d'ouverture, services, évaluations, photos, vidéos et annonces de জ'নাইৰ ইটো -সিটো -বহুতো, Service social, Democratic Republic of the.
সঁচাকৈ ৰাজু মেদকে মাটি কেলেংকাৰীত জড়িত নে ?।যদি জড়িত হয় তেন্তে ৰাইজে বৰ্জন কৰক ।
20/03/2026
মিঞাক বৰ পীড়া পাৰি দিছে ৰাজু মেদকে।
অঙ্গনবাড়ী কেন্দ্ৰৰ বৃহৎ টকাৰ লুণ্ঠনকাৰী,জ'নাইত মিঞাৰ ৰক্ষক তথা মিঞাৰ গোলাম ৰাজু উদ্দীন আলি ওৰফে ৰাজু মেদকে এতিয়া আকৌ আনৰ মাটি অজ্ঞাতে বিক্ৰী কৰি দিয়া দালালি কাৰ্যক তিব্ৰ গৰিহণা দিছোঁ।সাধাৰণ পৰিয়ালৰ মাটিও বাছি নাথাকিল ৰাজু মেদকৰ কাৰণে।
31/08/2025
তহঁতক এতিয়া কোনেও বিশ্বাস নকৰে।তহঁতৰ চৰকাৰৰ দিনত অসমৰ প্ৰান্তে প্ৰান্তে বাংলাদেশীয়ে ভৰি পৰিলে।তহঁতক ভোট দিয়া মানে অসমক বাংলাদেশ- পাকিস্থানক গতাই দিব।
26/08/2025
অসম প্ৰদেশ কংগ্ৰেছৰ আহ্বানত আৰু অসমৰ বিভিন্ন ৰাজনৈতিক দলৰ সহযোগত অনুষ্ঠিত নাগৰিক সভাৰ পৰা ওলাই আহি ছৈয়াদা হামিদ নামৰ বাংলাদেশী মূলৰ ব্যক্তিজনে অসমত বাংলাদেশী থাকিলেও আপত্তি নাই বুলি মন্তব্য কৰা আমাৰ সকলোৰে দৃষ্টিগোছৰ হ'ল।তেনে এটা ৰাজনৈতিক দলত দুৰ্নীতি কেলেংকাৰীত লিপ্ত হোৱা ৰাজু মেদকে শৰণাপন্ন হ'ল।মিঞাৰ গোলাম হ'ল ।
জ'নাইৰ হিতো সিতো সৱিশেষ জানিব বিচাৰিছে যদি এই পেজটো Follow ,Share আৰু Like কৰিবলৈ সকলোকে অনুৰোধ জনালোঁ।
Cliquez ici pour réclamer votre Listage Commercial.
Emplacement
Type
Site Web
Adresse
Democratic Republic Of The
