গৌৰৱোজ্জ্বল ৭৯সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠান
📍 মৰিগাঁও
Abu Ayub Ansar
WELCOME MY NEW PAGE এটা flow কৰি দিব🥰❤️❤️ All politicals update পাব
আমছুৰ মাননীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক ধুবুৰী জিলা আৰক্ষীয়ে আটক কৰি চাপৰ থানাত লৈ গৈছে। গনতান্ত্ৰিক আন্দোলনক মষিমূৰ কৰিবলৈ আৰক্ষী প্ৰশাসনে চলোৱা প্ৰচেষ্টাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াক অতিশীঘ্ৰে বিনাচৰ্তে মুকলি কৰি দিবলৈ দাবী জনালোঁ।
# like comment share
Liker Løra Aziz mehbubrabbani # #
جميل ماشاءال🥰🥰😡❤️❤️❤️❤️❤️❤️❤️
আজি কালি কি যে হ্ব 😂😂🤣🤣
মোক supprot koror
চাই এটা share কৰক
সৰু লৰা ছোৱালিক এই বস্তূ নোখোৱাব
মুৰ্খতাৰো সীমা থকা উচিত।
ধৰ্ম বাদেই, অসম বিচিত্ৰ জনগোষ্ঠীৰ ৰাজ্য। ইয়াত বিচিত্ৰ সম্বোধন, বিচিত্ৰ শব্দৰ সমাহাৰ চলে।
08/08/2025
মুৰ্খতাৰো সীমা থকা উচিত।
ধৰ্ম বাদেই, অসম বিচিত্ৰ জনগোষ্ঠীৰ ৰাজ্য। ইয়াত বিচিত্ৰ সম্বোধন, বিচিত্ৰ শব্দৰ সমাহাৰ চলে।
08/08/2025
📌ৰাজ্য কঁপাই যোৱা গেলাবিল কাণ্ডৰে জড়িত দশমজন অভিযুক্ত ফাগুন্দ্ৰ শ্ৰেষ্ঠক গ্ৰেপ্তাৰ...
08/08/2025
AAMSU
গণ বিক্ষোভ আন্দোলন, ১১ আগষ্ট! চিৰাকুটা 📍
সমূহ ৰাইজলৈ আহ্বান -
অহা ১১ আগষ্টত ধুবুৰী জিলাৰ বিলাসীপাৰা চিৰাকুটা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে AAMSU ৰ গণ বিক্ষোভ আন্দোলনত প্ৰতিবাদী কাৰ্যসূচীত দলেবলে যোগদান কৰাৰ বাবে আহ্বান জনালোঁ।
উচ্ছেদ, অবিচাৰ আৰু সংখ্যালঘু জনগোষ্ঠীৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে -
এই আন্দোলন হৈছে আমাৰ গৰ্জন।
একতা, ন্যায় আৰু অধিকাৰৰ কণ্ঠস্বৰ।
📢 আপোনাৰ উপস্থিতি আমাৰ শক্তি!
📢 আপোনাৰ সমৰ্থন আমাৰ সাহস!

Cliquez ici pour réclamer votre Listage Commercial.
Emplacement
Site Web
Adresse
Democratic Republic Of The