02/06/2025
অভিনন্দন অভিনন্দন অভিনন্দন.....................!
এক মিচিং জাতিৰ বাবে ভাল খবৰ আৰু গৌৰৱৰ ক্ষণ( সময়)।
প্ৰাক্তন TMPK কৰ্মী বৰ্তমান ভগৱান বালি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰী উপেনচন্দ্ৰ টায়ে দেৱৰ সু-যোগ্য সন্তান শ্ৰী খগেশ্বৰ টায়েই সদ্যঘোষিত IIT বাচনী পৰীক্ষাত উত্তীৰ্ণ হোৱাত আমি গৌৰৱান্বিত ।
পুনৰ খগেশ্বৰ টায়েলৈ TMPK তৰফৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ ৷
Takam Mising Porin Kébang - TMPK All Mising Student's Union
Tmpk Silapathar District
Tilak Doley Shaan Do Nyi Panggíng

09/02/2025
07/02/2025