BJYM Bajali

BJYM Bajali

Partager

Official page of Bharatiya Janata Yuva Morcha, Bajali District. ( Youth wing of BJP )

Photos from BJYM Bajali 's post 01/06/2025

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত গুৱাহাটী মহানগৰীৰ ৫৯ আৰু ৬০ নম্বৰ ৱাৰ্ডত বানপীড়িত ৰাইজলৈ সাহায্য বিতৰণ কৰা হয়। গুৱাহাটীৰ কৃত্ৰিম বানৰ ফলত কঠিন পৰিস্থিতিৰ সন্মুখীন হোৱা পৰিয়ালসমূহক যুৱ মৰ্চা অসম প্ৰদেশৰ মাননীয় সভাপতি শ্ৰীযুত Rakesh Das ডাঙৰীয়াৰ নেতৃত্বত খাদ্যসামগ্ৰী তথা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।
Himanta Biswa Sarma
Dilip Saikia
Rakesh Das

01/06/2025

Himanta Biswa Sarma

Photos from Ranjeet Kumar Dass's post 01/06/2025

Ranjeet Kumar Dass

09/12/2024

BJYM Assam

Photos from BJYM Bajali 's post 30/10/2024

ভাৰতীয় জনতা যুৱ মৰ্চা, বজালী জিলা সভাপতি চম্পক কাকতি ডাঙৰীয়াৰ নেতৃত্বত আজি চাকি বিতৰণ কাৰ্যসূচী হাতত লোৱা হয়। আমি সদায়েই এই দেশ, এই দেশৰ সংস্কৃতি আৰু এই দেশৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ। সেয়েহে প্ৰতিবছৰৰ দৰে এইবেলিও পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আৰু স্থানীয় মৃৎ শিল্পক জিয়াই ৰখাৰ কাৰনে এই কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
BJYM Assam

Vous voulez que votre entreprise soit Service Du Gouvernement la plus cotée à Democratic Republic of the ?

Cliquez ici pour réclamer votre Listage Commercial.

Site Web

Adresse


Democratic Republic Of The