BJP North Kamrup District

Directions Contact the organization

BJP North Kamrup District Bharatiya Janata Party, North Kamrup District 2025.

19/10/2026

সময় থাকোঁতেই বুজিব চেষ্টা কৰক......
Gen Z প্ৰতিবাদৰ নামত ফ্ৰান্সত ধ্বংশলীলা।অনুপ্ৰৱেশকাৰীয়ে ধ্বংস কৰিছে দেশখনৰ ঐতিহাসিক স্থান।
প্ৰথমে ফ্ৰান্সত 'স্কুল থিক অভিযান'ৰ পৰা এই আন্দলোনৰ আৰম্ভ হৈছিল।এতিয়া তেওঁলোকে গীর্জা জ্বলাইছে, দোকান লুটপাত কৰিছে, ফৰাচী মহিলাক ধৰ্ষণ কৰিছে।

ভাৰততো একেই পৰিকল্পনা আছিল।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্রী অমিত শ্বাহ আৰু আৰক্ষীক ধন্যবাদ, তেওঁলোকে আমাক অৰাজকতাৰ পৰা ৰক্ষা কৰিলে।

17/10/2026

প্ৰতিবাদলৈ অহা এজন যুৱকে গোটেই পইতাচোৰাৰ জাকটোকে জোকাৰি পেলালে।

17/10/2026
15/10/2026

তেজপুৰত বিজেপিৰ উদ্যোগত বিশাল জন জাগৰণ সমদলৰ পোনপটীয়া সম্প্ৰচাৰ।

15/10/2026

জন জাগৰণ সমদল, ডিব্ৰুগড়

14/10/2026

গুৱাহাটীত ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত আয়োজিত দেশৰ হকে, অপশক্তিৰ বিৰুদ্ধে জনজাগৰণ সমদলৰ পোনপটীয়া সম্প্ৰচাৰ।

14/10/2026

ভাৰতীয় জনতা পাৰ্টি, যোৰহাট জিলাৰ উদ্যোগত দেশৰ হকে আৰু অপশক্তিৰ বিৰুদ্ধে বিশাল জন জাগৰণ সমদল

13/10/2026

EVM হওক বা বেলট পেপাৰ, কংগ্ৰেছক প্ৰত্যাখান কৰিছে দেশৰ জনতাই!

কংগ্ৰেছে EVMক লৈ প্ৰশ্ন উত্থাপন কৰি থকাৰ সময়তে আজি ঘোষিত গুজৰাটৰ পৌৰ নিৰ্বাচনত বেলট পেপাৰৰ জৰিয়তেও বিজেপিয়ে পুনৰ জনতাৰ ৰায় লাভ কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ ত্ৰিপুৰাৰ গাঁও সমিতিৰ নিৰ্বাচন আৰু শিলচৰ পৌৰ নিগমৰ নিৰ্বাচনতো বেলট পেপাৰৰ জৰিয়তে এন ডি এ-ই জনাদেশ লাভ কৰিছে । এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই ক'ব নেকি যে এই নিৰ্বাচনসমূহতো SIR-এ কংগ্ৰেছক পৰাস্ত কৰিলে? SIR-ৰ প্ৰক্ৰিয়া ২০২৪ চনৰ পিছতহে আৰম্ভ হৈছিল। তেন্তে তাৰ পূৰ্বৰ কংগ্ৰেছৰ ধাৰাবাহিক পৰাজয়ৰ দোষ কাৰ ওপৰত জাপি দিব?

ৰাহুল গান্ধী ডাঙৰীয়া, জনাদেশ গ্ৰহণ কৰক, অজুহাত দেখুওৱা বন্ধ কৰক!

মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহে উত্থাপন কৰা এই প্ৰশ্নৰ উত্তৰ ৰাহুল গান্ধীৰ ওচৰত আছেনে?

13/10/2026

Address

Guwahati

Website

Alerts

Be the first to know and let us send you an email when BJP North Kamrup District posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to BJP North Kamrup District:

Shortcuts

Share