#বেলচাৰ পিছত এইবাৰ #সাধু ।
এইটো গান নহয় সচাঁ কথা এবাৰ শুনিবলৈ আহ্বান জনালোঁ।
সচাঁকৈয়ে ভাল লাগিব।
Robiul Awal
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Robiul Awal, Social service, Chikni Shawrachara Road, Barpeta Road.
Comeing soon comedy video
ABDUR RAHIM AHMED ZINDABAD
07/03/2021
গুৱাহাটী স্থিত আমছুৰ মুখ্য কাৰ্য্যলয়ত এক আৱেগিক পৰিৱেশ।২৪ বছৰে আমছুৰ মজিয়াত থাকি সংখ্যালঘু ৰাইজৰ কাৰণে সংগ্ৰাম কৰি আজি আমছুৰ মজিয়াৰ পৰা বিদায় ললে সদ্য প্ৰাক্তন মুখ্য উপদেষ্টা আজিজুৰ ৰহমান ডাঙৰীয়াই।সংখ্যালঘু ৰাইজৰ কাৰণে কৰা কামবোৰ সদায় স্মৰণীয় হৈ ৰব।সংখ্যালঘু জন-সাধাৰণৰ হিয়াৰ আমঠু আজিজুৰ ৰহমান ডাঙৰীয়াৰ নতুন যাত্ৰা সফল হওঁক আমি আমছুৰ পৰিয়ালৰ ফালৰ পৰা তাকেই কামনা কৰিলোঁ।
আমছু জিন্দাবাদ,
আজিজুৰ ৰহমান জিন্দাবাদ।।
Click here to claim your Sponsored Listing.
Location
Category
Culinary Team
Attire
Contact the business
Telephone
Website
Address
Chikni Shawrachara Road
Barpeta Road
781321
