03/03/2026
২০২৬'ৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰ প্ৰথমখন প্ৰাৰ্থী তালিকা।
৪২ টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ। কেন্দ্ৰীয় নিৰ্বাচন কমিটীয়ে নিৰ্বাচিত কৰা প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আমি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
#এইবাৰ_কংগ্ৰেছ
03/03/2026
হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক, তাৰেই কামনা কৰিছোঁ।
পৱিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
03/03/2026
Mujhe ghamand tha woh mere liye sabko chor sakti hai!
Lekin ye nhi pata tha woh sabke liye mujhe is chor degi
01/01/2026
Happy New year 🥰 এই বছৰৰ আৰম্ভণি যাতে ভালকৈ পাৰ হয় তাৰে কামনা ,আশাবোৰ পূৰণ হওক, সপোনবোৰ বাস্তৱ হওক, দুখবোৰ গুচি যাওক, নতুন বছৰৰ দিনবোৰ সকলোৰে বাবে ভাল হওক।নৱবৰ্ষৰ শুভেচ্ছা থাকিল! Happy New year 2026
31/12/2025
নৱবৰ্ষৰ প্ৰতি শুভেচ্ছাৰে.......
নৱবৰ্ষত নতুন আশা বুকুত বান্ধি খোজ দিবলৈ আগ বাঢ়ি যাব বিচাৰো। আশায়েই হৈছে মানুহৰ জীৱনৰ জীয়াই থকাৰ প্ৰেৰণা, আশা নথকা হলে পৃথিৱীখন ইমান সুন্দৰ কেতিয়াও নহ'ল হয়, তেনে বহুত আশা আহি থকা দিনবোৰত সুখ শান্তিৰে বাস্তৱায়িত কৰাৰ হেঁপাহেৰে আজি নতুন বছৰটিক আদৰিবলৈ আমি সাজু হৈ আছোঁ। আৰু সকলোকে নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা যাছিলোঁ।
08/11/2025
#অভিনন্দন
অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বিশ্বকাপ বিজয়ী জাতীয় দলৰ প্ৰথম খেলুৱৈ অসম কন্যা উমা ছেত্ৰীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচছা জ্ঞাপন কৰিছো।
02/10/2025
আজি ২ অক্টোবৰ, জাতিৰ পিতা অহিংসাৰ পূজাৰী মহা মানৱ মহাত্মা গান্ধীৰ জন্ম জয়ন্তী ।এই পৱিত্ৰ দিনত বাপুজীক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ ।
30/03/2025
সমূহ ইছলামধৰ্মী ৰাইজলৈ পৱিত্ৰ ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশাকৰোঁ এই ঈদে সকলোৰে জীৱনত সুখ, সমৃদ্ধি কঢ়িয়াই অনাৰ লগতে সৰ্ব ধৰ্ম তথা ভিন্ন জাতি, জনগোষ্ঠীৰ সাতামপুৰুষীয়া একতা আৰু ভ্ৰাতৃত্ববোধৰ এনাজৰীডাল আৰু মজবুত কৰিব । এই শুভ ক্ষণত তাৰে কামনা কৰিলো ।