Barpeta Road Municipal Board

Barpeta Road Municipal Board

Share

Welcome to the official Page of BarpetaRoadMB. Aim to make Barpeta Road clean, organized & habitable.

Photos from DC Barpeta's post 13/03/2025
Photos from Barpeta Road Municipal Board's post 18/02/2025

The Government of India-backed NAKSHA (National Geospatial Knowledge-based Land Survey of Urban Habitations) program has been launched in Barpeta Road as part of a nationwide pilot in 152 urban local bodies across 26 states and 3 union territories.

Barpeta Road is among 10 Assam ULBs selected for this initiative, which aims to modernize urban land records using advanced geospatial mapping and drone technology.

The launch ceremony was held in the presence of Kaustav Kalita, ADC (Revenue), Nirmal Jyoti Sarmah, CO, Barnagar, Priyanku Baruah, EO Barpeta Road MB, Rajesh Sarkar, Chairman, Barpeta Road MB, Surathi Saha, Vice Chairperson, Barpeta Road MB, ILRMS Consultant, Barpeta (Revenue), City Project Officer, Barpeta Road MB, ward commissioners, and others.

Demonstrations showcased how NAKSHA will enhance transparency, resolve land disputes, and streamline property documentation.

Officials engaged with residents, addressing concerns and highlighting the program’s potential to revolutionize urban governance.

CMO Assam
Himanta Biswa Sarma
Chandra Mohan Patowary
Ministry of Rural Development, Government of India
Directorate of Information and Public Relations, Assam

Photos from Barpeta Road Municipal Board's post 11/12/2023

Viksit Bharat Sankalp Yatra 11 December 2023 at Barpeta Road Municipal Board.


Photos from Barpeta Road Municipal Board's post 16/11/2023

Assam Sanskritik Mahasangram 1st day program at Sahitya Sabha Bhavan, Barpeta Road under Barpeta Road Municipal Board.

Photos from Barpeta Road Municipal Board's post 15/11/2023

Dwipandita Mohanlal Choudhary Udyan

15/11/2023

ইয়াৰ দ্বাৰা সংশ্লিষ্ট সকলোকে জনোৱা যায় যে - সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ হং ৰ বৰপেটাৰোড পৌৰ এলেকা পৰ্য্যায়ৰ গীত-নৃত্য প্রতিযোগিতা সমূহ চৰকাৰী নিৰ্দ্দেশনা অনুসৰি বৰপেটাৰোড সাহিত্য সভা ভৱনত তলত উল্লেখ কৰা ধৰনে অনুষ্ঠিত হ’ব।

সেয়েহে সমূহ প্ৰতিযোগীৰে যথাসময়ত যথাস্থানত নিশ্চিত উপস্থিতি কামনা কৰা হ'ল।


06/10/2023

সাংস্কৃতিক_মহাসংগ্ৰাম_2023_2024 ত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰতিযোগীসকলে_মনকৰিবলগীয়া_কথা
1.একক শিতানত জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত আৰু দলীয় শিতানত বিহু নাচ আৰু পৰম্পৰাগত নৃত্য অনুষ্ঠিত হ'ব।
2.এগৰাকী আবেদনকাৰীয়ে আটাইকেইটা শাখাতে ভাগ ল'ব পাৰিব। সংগীতৰ ক্ষেত্ৰত প্ৰতিটো শাখাত আৰ্হি গীতৰ তালিকা প্ৰকাশ কৰা হৈছে।
গীতৰ তালিকা https://www.asm-judge.in পৰ্টেলৰ লাইব্ৰেৰী শাখাত উপলব্ধ হ'ব।
3.বয়সৰ ক্ষেত্ৰত তিনিটা শাখাত
*১২-১৮ বছৰ,
*১৯-২৪ বছৰ আৰু
*২৫-৩৫ বছৰলৈ
প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
4. ২৫ অক্টোবৰ ২০২৩ৰ পৰা ২৫ নৱেম্বৰ ২০২৩লৈ গাঁৱ পঞ্চায়ত/ পৌৰসভা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হ'ব। প্ৰতিগৰাকী প্ৰতিযোগীয়ে প্ৰমাণপত্ৰ লাভ কৰিব। প্ৰতিযোগিতাসমূহৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতাত ভাগ ল'ব।
5.১ ডিচেম্বৰ ২০২৩ৰ পৰা ২০ ডিচেম্বৰ ২০২৩ৰ ভিতৰত সমষ্টি পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।
সমষ্টি পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব।
6. ২ জানুৱাৰী ২০২৪ৰ পৰা ২০ জানুৱাৰী ২০২৪ লৈ জিলা পৰ্যায়ৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। জিলা পৰ্যায়ৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় বিজয়ীসকলে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ ল'ব পাৰিব।
7.সমষ্টি, জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ সকলো বিজয়ী প্ৰতিযোগীক পুৰস্কৃত কৰা হ'ব।
8.প্ৰতিযোগীসকলে গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে হাৰমনিয়াম, তবলা আৰু গীতাৰ ব্যৱহাৰ কৰিব পাৰিব।
9.ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত অতিৰিক্ত দুবিধ বাদ্যযন্ত্ৰ ব্যৱহাৰৰ অনুমতি দিয়া হ'ব। 10.প্ৰতিযোগিতাত ট্ৰেক ব্যৱহাৰ কৰিব নোৱাৰিব। লাইভ মিউজিকহে ব্যৱহাৰ কৰিব পাৰিব।
11.গাঁও পঞ্চায়ত, সমষ্টি আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে সংগীতৰ নিৰ্ধাৰিত সময় তিনি মিনিট আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাৰ বাবে পাঁচ মিনিট।
12.বিহু আৰু পৰম্পৰাগত নৃত্যৰ ক্ষেত্ৰত দলীয় প্ৰতিযোগিতাৰহে অনুমতি দিয়া হৈছে। সদস্যৰ সংখ্যা বাদ্যযন্ত্ৰীসহ সৰ্বাধিক ১৫ জন।
জিলা পৰ্যায়লৈকে প্ৰতিযোগীসকলৰ বাবে সৰ্বাধিক সময় ৫ মিনিট, ৰাজ্যিক পৰ্যায়ত ৭ মিনিট ধাৰ্য্য কৰা হৈছে।
13. গিনিজ ৱৰ্ল্ড ৰেকৰ্ড মেগা বিহু, ২০২৩ ত ব্যৱহাৰ কৰা বিহু গীতটো কোনো প্ৰতিযোগী দলে ব্যৱহাৰ কৰিব নোৱাৰিব।
14.ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতা ২৮ জানুৱাৰী ২০২৪ৰ পৰা ৬ ফেব্ৰুৱাৰী ২০২৪লৈ অনুষ্ঠিত হ'ব। 15.ৰাজ্যিক পৰ্যায়ত প্ৰথম পুৰস্কাৰ প্ৰাপকলৈ ১ লাখ টকা, দ্বিতীয় বিজয়ীলৈ ৭৫ হাজাৰ টকা আৰু তৃতীয় বিজয়ীলৈ ৫০ হাজাৰ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হ'ব।

Photos from Barpeta Road Municipal Board's post 02/10/2023

Mor Mati Mor Desh, Amrit Kalah Yatra 2 October, 2023 at Barpeta Road Municipal Board.

#মোৰ_মাটি_মোৰ_দেশ

Photos from Barpeta Road Municipal Board's post 01/10/2023

Ekk Tarikh Ekk Ghanta 1st October 2023 Morning 10 am to 11 am Sharm Dan program under Barpeta Road Municipal Board.


07/07/2023

বৰপেটাৰোড পৌৰ এলেকাৰ যিসকল কৰদাতা ৰাইজৰ ২০২২-২৩ ইং বৰ্ষলৈ কৰ অনাদায় হৈ আছে তেওঁলোকক বৰপেটাৰোড পৌৰসভাৰ কাৰ্য্যালয়ত উপস্থিত হৈ অফলাইন যোগে কৰ আদায় দিবলৈ ইয়াৰ দ্বাৰা অনুৰোধ জনোৱা হ'ল।

Want your business to be the top-listed Government Service in Barpeta Road?

Click here to claim your Sponsored Listing.

Location

Address


Barpeta Road
Barpeta Road
781315