23/05/2026
আজি সৰভোগ পৌৰসভাৰ উদ্যোগত আৰু সৰভোগবাসী ৰাইজৰ সহযোগত অসম বিধান সভাৰ নৱ নিযুক্ত অধ্যক্ষ তথা ২১ নং ভবানীপুৰ-সৰভোগ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মননীয় ৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক ভাৰতীয় জনতা যুৱ মৰ্চা বৰনগৰ মণ্ডলৰ তৰফৰ পৰা শুভেচ্ছা তথা অভিনন্দন জনোৱা হয়।
Ranjeet Kumar Dass
19/05/2026
ভাৰতীয় জনতা যুৱ মৰ্চা, বৰনগৰ মণ্ডলৰ সাধাৰণ সম্পাদক শ্ৰী বিবেকানন্দ নাথৰ ওপজা দিনৰ আন্তৰিক শুভেচ্ছাৰ লগতে সু-স্বাস্থ্য আৰু দীৰ্ঘায়ূ কামনা কৰিলোঁ।🙏
13/05/2026
জনগণৰ সেৱাৰ এক দীপ্তিময় অধ্যায়ৰ ২৫ বছৰ সম্পূৰ্ণ কৰা অসমৰ জননেতা, দূৰদৰ্শী ৰাজনীতিবিদ তথা অসমৰ জনপ্ৰিয় মাননীয় মুখ্যমন্ত্ৰী ড° Himanta Biswa Sarma ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰিছোঁ।
২০০১ চনৰ পৰা আৰম্ভ হোৱা সেই বিশ্বাসৰ যাত্ৰা আজি এক বিশাল বটবৃক্ষত পৰিণত হৈছে। জালুকবাৰীৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসমৰ বুকুলৈকে যি উন্নয়ন আৰু জনসেৱাৰ ২৫ বছৰৰ এক ঐতিহাসিক গৌৰৱগাঁথা তেখেতৰ সুদৃঢ় নেতৃত্বত উন্নয়ন, সংস্কৃতি, আত্মমৰ্যাদা আৰু জাতীয় চেতনাৰে সমৃদ্ধ “নৱ-অসম” গঠনৰ যি অবিৰাম অভিযান চলিছে, সেয়া আগন্তুক সময়তো অধিক শক্তিশালী আৰু গৌৰৱময় ৰূপত আগবাঢ়ি যাওক, তাৰেই কামনা কৰিছোঁ।
ভাৰত মাতা কি জয়
জয় আই অসম
11/05/2026
২১ নং ভৱানীপুৰ-সৰভোগ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক মাননীয় শ্ৰীৰণজিৎ কুমাৰ দাস ডাঙৰীয়াক দ্বিতীয় বাৰৰ বাবে অসম বিধান সভাৰ সন্মানীয় অধ্যক্ষ পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা হোৱাত তেঁওক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰিছোঁ ৷
লগতে মাননীয় Himanta Biswa Sarma ডাঙৰীয়াক তেওঁৰ এই সিদ্ধান্তৰ বাবে শলাগ লৈছো আৰু তেওঁলৈকো নতুন কাৰ্য্যকালটো অধিক সফলতা লাভ কৰাৰ কামনাৰে শুভেচ্ছা জনালোঁ ৷
Ranjeet Kumar Dass
04/05/2026
ভাৰতীয় জনতা যুৱ মৰ্চা বৰনগৰ মণ্ডলৰ তৰফৰ পৰা অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰিছোঁ।।
Ranjeet Kumar Dass