আমি ড. হাফিজ ৰফিকুল ইছলাম'ৰ সমৰ্থক

আমি ড. হাফিজ ৰফিকুল ইছলাম'ৰ সমৰ্থক

Share

please follow up

01/04/2026

২২ নং মন্দিয়া সমষ্টিত আয়োজন কৰা হৈছে বিশাল জনসভা। উক্ত সভাত--
মুখ্য অতিথি : সাংসদ বেৰিষ্টাৰ আছাউদ্দিন ওৱাইছি আৰু লগতে থাকিব AIUDF দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাব।
আৰু উপস্থিত থাকিব ২২ নং মন্দিয়া সমষ্টিৰ দলৰ মনোনীত প্ৰাৰ্থী #ডক্টৰ_হাফিজ_ৰফিকুল_ইছলাম Dr. Rafiqul Islam jindabad
Badruddin Ajmal jindabad.
Aiudf jindabad.

01/04/2026
23/03/2026

আজি মন্দিয়া সমষ্টিৰ পৰা আগন্তুক বিধানসভা (২০২৬) নিৰ্বাচনৰ বিধায়ক'ৰ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰে ডক্টৰ হাফিজ ৰফিকুল ইছলাম মহোদয়ে।

21/03/2026

Eid Mubarak

Photos from আমি ড. হাফিজ ৰফিকুল ইছলাম'ৰ সমৰ্থক's post 13/03/2026

শিতুলী জিপিৰ অন্তৰ্গত লুৰফুৰীয়া মথাউৰিৰ পৰা লুৰফুৰীয়া ঈদ-গা লৈ যোৱা ৰাস্তা পকীকৰণৰ কাম আজি শুভাৰম্ভ কৰে জনীয়া সমষ্টিৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম মহোদয়ে।
Rafiqul Islam

Photos from Rafiqul Islam's post 20/11/2025
20/11/2025

আপুনি যদি বিশেষকৈ ২২ নং মন্দীয়া সমষ্টিৰ অন্তৰ্গত আৰু যদি বিধায়ক মহোদয়ক সমৰ্থন কৰে তেতিয়া হ'লে পেজটো ফলো কৰিব।

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Website

Address


Gajia Gobindapur Road, Barpeta Road
Barpeta
781308