Good Morning
Chandra kanta Arjya
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Chandra kanta Arjya, Political organisation, Barpeta.
PM Modi Inaugurates and lays Foundation Stone of Cancer Hospital in Assam
27/08/2021
আজি ২৭/০৮/২০২১ইং শুক্ৰবাৰে ভাৰতীয় জনতা পাৰ্টি,ৰূপসী ব্লক মণ্ডল অন্তৰ্গত কলগাছিয়াস্থিত ফকুৰুদ্দিন আলী আহমেদ সংহতি ভৱনত মোৰ সভাপতিত্ব মণ্ডল ভিত্তিত এখনি "ৰাষ্ট্ৰীয় স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ" প্ৰশিক্ষণ বৰ্গ অনুষ্ঠিত হয় ।
উক্ত সভাত বিজেপি বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী মাননীয়া সবিতা দেৱ নাথ ডাঙৰীয়ানী,বিজেপি ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য তথা বৰপেটা জিলা নগৰ উন্নয়ন বৰ্ডৰ অধ্যক্ষ মাননীয় মহেন দাস ডাঙৰীয়া,বৰপেটা জিলা স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ তথ্য প্ৰযুক্তি বিভাগৰ সদস্য মাননীয় নীল কমল বৰ্মন ডাঙৰীয়া,বৰপেটা জিলা কাৰ্য্যনিৰ্বাহক সদস্য মাননীয় আব্দুল ছামাদ ডাঙৰীয়াৰ লগতে মণ্ডলৰ স্বাস্থ্য স্বয়ংসেৱক অভিযানৰ সদস্য/সদস্যা সকল,মণ্ডল বিষয়ববীয়া সকল আৰু মণ্ডলৰ প্ৰতিটো বুথৰ ২জনকৈ স্বাস্থ্য সয়ংসেৱক অভিযানৰ সদস্য/সদস্যা উপস্থিত থাকে।
Ranjeet Dass
Ranjeet Kumar Dass
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Barpeta
