18/03/2024
Gunajit adhikary Barpeta
Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Gunajit adhikary Barpeta, Political organisation, Barpeta.
18/03/2024
26/02/2024
দেশৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক আৰম্ভণিৰ সময়ছোৱাত ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ বিৰুদ্ধে সজোৰে বিপ্লৱ কৰি অসমী আইৰ সুযোগ্য সন্তান মণিৰাম দেৱান আৰু পিয়লি বৰুৱাই ত্যাগ আৰু স্বদেশপ্ৰেমৰ স্বাক্ষৰ বহন কৰিছিল। আজি পুণ্যতিথিত দুয়োগৰাকী মহান শ্বহীদলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।
24/02/2024
বীৰ যোদ্ধা মহাবীৰ চিলাৰায়ৰ শৌৰ্য আৰু পৰাক্ৰমেৰে ধন্য আমাৰ অসম ভূমি। আজি চিলাৰায় দিৱস উপলক্ষে মহান বীৰগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ। বীৰ চিলাৰায়ৰ পৃষ্ঠপোষকতাত অসমৰ সমাজ জীৱনত এক নতুন যুগৰ সূচনা হৈছিল। মহান বীৰ যোদ্ধাগৰাকীৰ আদৰ্শ, কীৰ্তি, দেশপ্ৰেম ইতিহাসৰ এক যুগমীয়া অধ্যায় হৈ চিৰদিন জিলিকি থাকিব।
Click here to claim your Sponsored Listing.
Location
Category
Website
Address
Barpeta
