Five Star Club & Library, Barmara

Five Star Club & Library, Barmara

Share

Social activity, caltural program, sports,and most effectively Educational Program ( such as Quize,debate competition, etc).

20/03/2026

আপোনালোক সকলোলৈকে ফাইভ ষ্টাৰ ক্লাৱ এণ্ড লাইব্ৰেৰী, বৰমাৰা তৰফৰ পৰা সমূহ অসমবাসী ৰাইজক পবিত্ৰ ঈদ-উল-ফিতৰৰ আন্তৰিক শুভেচ্ছা আৰু হিয়াভৰা ওলগ জনালোঁ।

09/02/2026

Best of Luck 💐

Five Star Club & Library, Barmara

19/10/2025

08/08/2025

আজি সন্ধিয়া ৭ বজাত ফাইভ ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ এখন সাধাৰণ সভাৰ আহ্বান কৰা হৈছে। উক্ত সাধাৰণ সভাত ক্লাবৰ সমূহ সদস্য তথা উপদেষ্টা মণ্ডলিৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিলো।

কাৰ্যসূচী -
১। স্বাধীনতা দিৱস উদযাপন কৰা সন্দৰ্ভত আলোচনা।
২। নতুন পঞ্চায়ত প্ৰতিনিধি সকলক সম্বৰ্ধনা সম্পৰ্কে আলোচনা।
৩। আন আন

স্থান- সৰুক্ষেত্ৰী আঞ্চলিক বজাৰ, বৰমাৰা কাৰ্যালয়।

সময়- সন্ধিয়া ৮ বজাত

আহ্বায়ক
সভাপতি/সম্পাদক
Five Star Club & Library

07/06/2025

ফাইভ ষ্টাৰ ক্লাৱ এণ্ড লাইব্ৰেৰীৰ তৰফৰ পৰা সমূহ ৰাইজলৈ পৱিত্ৰ "ঈদ-উল-আজহা"ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

ইতি
সভাপতি/সম্পাদক
ফাইভ ষ্টাৰ ক্লাৱ এণ্ড লাইব্ৰেৰী ।

01/04/2025

দ্বিতীয় দিনা হৈ যোৱা খেল ধেমালিৰ কিছু দৃশ্য।

31/03/2025

ক্লাবৰ তৰফৰ পৰা ঈদ উপলক্ষে আয়োজন কৰা চাৰি দিনীয়া খেল-ধেমালিৰ আজি হৈ যোৱা খেলৰ কিছু দৃশ্য।

31/03/2025

ফাইভ ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত ঈদ উপলক্ষে আয়োজন কৰা চাৰি দিনীয়া খেল-ধেমালিৰ দ্বাৰা উন্মোচন কৰে প্ৰাক্তন জিলা পৰিষদ মতিয়াৰ ৰহমান ডাঙৰীয়াই।

31/03/2025

ফাইভ ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত ঈদ উপলক্ষে খেল-ধেমালিৰ খেল পৰিচালক অৱসৰপ্ৰাপ্ত CRPF জোৱান জেহেৰুল ইছলাম ডাঙৰীয়াৰ কিছু মূল্যবান ভাষন।

31/03/2025

ফাইভ ষ্টাৰ ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্যোগত ঈদ উপলক্ষে খেল-ধেমালি উদ্বোধন কৰে প্ৰাক্তন জিলা পৰিষদ মতিয়াৰ ৰহমান ডাঙৰীয়াই।

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Category

Website

Address


Barpeta
781311