BJYM Jania Mandal

BJYM Jania Mandal

Share

Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from BJYM Jania Mandal, Political organisation, Jania, Barpeta.

08/04/2026
16/11/2023

ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা সাংসদ Tejasvi Surya ডাঙৰীয়াক জন্মদিনৰ আন্তৰিক শুভেচ্ছা তথা শুভকামনা জ্ঞাপন কৰিলোঁ।
মা কামাখ্যাই আপোনাক অধিক উদ্যম আৰু সমৰ্পনেৰে ৰাষ্ট্ৰ তথা ৰাইজৰ সেৱা কৰি যাবলৈ শক্তি প্ৰদান কৰক।
BJYM Assam
Sidhanku Ankur Barua
Diplu Ranjan Sarma
Er. Nihal Kashyap
Dulal Das

05/11/2023

No-4 / 05.11.2023
বৰপেটা আৰক্ষীৰ লেন্সত - কেইজনমান যান-বাহন আইন উলংঘাকাৰী ...
#পথসুৰক্ষা
DGPAssamPolice
GP Singh
Assam Police

28/10/2023

লক্ষ্মী পূজাৰ পৱিত্ৰ দিনটোত সকলোলৈ আন্তৰিক ওলগ জনালোঁ।
অনাগত দিনবোৰত সমাজখন ধনে-ধানে, ঐশ্বৰ্য-বিভূতিৰে পৰিপূৰ্ণ হৈ উঠক আৰু সৰ্বত্ৰে সুখ-শান্তি, সমৃদ্ধি বিৰাজমান হওক, তাৰেই কামনা কৰি লক্ষ্মী আইৰ চৰণত ভক্তিভৰা সেৱা নিবেদিছোঁ।

Photos from BJYM Jania Mandal's post 21/10/2023

৩o বছৰতকৈ পুৰণি দূর্গা পূজা সমিতিলৈ অসম চৰকাৰৰ পৰা আগবঢ়োৱা আৰ্থিক অনুদান ১০ হাজাৰকৈ টকাৰ চেক আজি বৰপেটা জিলাৰ অন্তৰ্গত জনীয়া বিধানসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টী জনীয়া মন্ডল সভাপতি Gajen Das ডাঙৰীয়াই নালীৰপাৰ সাৰ্বজনীন দূর্গা পূজা সমিতি আৰু জনীয়া -সালেকুৰা দূৰ্গা পূজা সমিতিৰ ওচৰলৈ গৈ চেকখন আগবঢ়ায়।
আৰু আমি দুৰ্গা পূজা সমিতিয়ে চেক খন পাই অসম চৰকাৰৰ মাননীয় মূখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়ালৈ পূজা সমিতিৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ 🙏

Himanta Biswa Sarma
Bhabesh kalita ভৱেশ কলিতা
BJP Assam Pradesh
Sidhanku Ankur Barua
Dulal Das
CMO Assam
Diplu Ranjan Sarma
Bharatiya Janata Party (BJP)

Photos from ABVP Assam's post 18/10/2023
03/10/2023

অসমৰ সুযোগ্য কন্যা তথা প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী অসমীয়া জীয়ৰী আমাৰ সকলোৰে গৌৰৱ লাভলীনা বৰগোহাঁইলৈ তেখেতৰ আজি শুভ জন্মদিনত আন্তৰিক শুভেচ্ছা জনালোঁ।

মহাপুৰুষ গুৰুজনা আৰু মা কামাখ্যাৰ আশীৰ্বাদত আপুনি সদায়েই সু-স্বাস্থ্যৰ গৰাকী হৈ থাকক আৰু এনেদৰেই বিশ্বদৰবাৰত দেশৰ নাম সদায়েই জিলিকাই তোলক।

22/09/2023

এশিঙীয়া গড় অসমৰ বাবে কেৱল এক সম্পদেই নহয়, ই আমাৰ স্বাভিমানৰ প্ৰতীক।বিশ্বৰ গঁড়ৰ পাঁচোটা প্ৰজাতি সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যেৰে প্ৰথমবাৰৰ বাবে ২০১০ চনৰ ২২ চেপ্তেম্বৰৰ দিনটোৰ প্ৰত্যেক বছৰে পালন কৰা হয় 'বিশ্ব গঁড় দিৱস'।
অসমৰ স্বাভিমান তথা গৌৰৱ এটা খৰ্গ থকা গঁড়ৰ সুৰক্ষা আৰু প্ৰতিপালনৰ সু-ব্যৱস্থাৰে এই জীৱকুল সংৰক্ষণ কৰাৰ দায়িত্ব পালন কৰি 'বিশ্ব গড় দিৱস'ৰ লক্ষ্য আৰু উদ্দেশ্য সফল কৰোঁ আহক।

Photos from BJYM Jania Mandal's post 18/09/2023

পৱিত্ৰ ভাদ মাহৰ লগত অসমীয়া জাতীয় জীৱনৰ আছে এক বিশেষ সম্পৰ্ক। এই ভাদ মাহতে অসমীয়া জাতিৰ প্ৰাণ গুৰুদুজনাৰ পূণ্যতিথি। সেয়েহে এই ভাদ মাহৰ পবিত্ৰ সময়চোৱাত ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশে অসমৰ সত্ৰ, নামঘৰসমূহত উপস্থিত হৈ শৰাই আগবঢ়াই ৰাইজৰ মংগল কামনা কৰাৰ এক পদক্ষেপ হাতত লৈছে।
সেইয়ে ইয়াৰ অংশ স্বৰূপে ভাৰতীয় জনতা যুৱ মৰ্চা জনীয়া মণ্ডলৰ তৰফৰ পৰা আজি ভাদ মাহৰ শেষৰ দিনা জনীয়া সত্ৰত শৰাই আগবঢ়াই ৰাইজৰ কুশল-মঙ্গল কামনা কৰি গুৰুজনাৰ শ্ৰীচৰণত সেৱা জনালোঁ 🙏🙏🙏

BJYM Assam
Sidhanku Ankur Barua
BJYM Barpeta
BJYM
Bharatiya Janata Party (BJP)

Want your business to be the top-listed Government Service in Barpeta?

Click here to claim your Sponsored Listing.

Location

Culinary Team

Attire

Telephone

Website

Address


Jania
Barpeta
781314