Kalgachia Darpan

Directions

Kalgachia Darpan I Love India I Love Assam

আজি কলগাছিয়াত মানৱ দৰদী নেতা  ধুবৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বিন্ধা কান্দি সমষ্টিৰ সন্মানীয় বিধায়ক হজৰত মৌলা...
06/08/2026

আজি কলগাছিয়াত মানৱ দৰদী নেতা ধুবৰী লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বিন্ধা কান্দি সমষ্টিৰ সন্মানীয় বিধায়ক হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব। আজমল Super 40 Net পৰিক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক লগতে লৈ বিশাল ৰেলী অনুষ্ঠিত কৰা হয় উক্ত ৰেলীত উজনি অসমত হৈ যোৱা বান পীড়িত লোকৰ সহায়ৰ বাবে আগবাঢ়ি আহিছে সকলো ছাত্ৰ ছাত্ৰী

কলগাছিয়া বজাৰৰ চৌপাশে থকা ৰাস্তা বিলাক কিছুমান মানুহে নিজৰ কামৰ বাবে ৰাস্তাবোৰ বেয়া কৰি পেলালে বিশেষকৈ চিনেমা হ'লৰ পৰা...
05/08/2026

কলগাছিয়া বজাৰৰ চৌপাশে থকা ৰাস্তা বিলাক কিছুমান মানুহে নিজৰ কামৰ বাবে ৰাস্তাবোৰ বেয়া কৰি পেলালে বিশেষকৈ চিনেমা হ'লৰ পৰা বলাইপথাৰ যোৱা ৰাস্ত আৰু কবৰস্থানলৈ যোৱা ৰাস্তা পাট্টাদাৰ মানুহে নিজৰ সূবিধাৰ বাবে ৰাস্তাবোৰ খূবেই বেয়া কৰি আছে কাৰন চিনেমা হ'লৰ পৰা বলাইপথাৰ যোৱা ৰাস্তাত যাতায়ত ব্যৱস্থা নহয় মৰনৰ ব্যৱস্থা হে হৈছে কিছুমান মানুহে নিজৰ সূবিধাৰ বাবে ৰাস্তা কাষত মাটি পেলাই পেলাই পাহাৰ সাজি তুলিছে ইয়াক সচেতন ৰাইজে আৰু প্ৰশাসনৰ তৰফৰ পৰা যাতে পৰ্যাবেষন কৰে আৰু যাতায়তৰ সু-ব্যৱস্থা কৰে তাৰে বিনম্ৰ অনুৰোধ জনাইছে

30/03/2026

কলগাছিয়াত কংগ্ৰেছৰ মূখ্য কাৰ্যালয় মুকলি

22/03/2026
22/03/2026

অবৈধভাৱে দখল কৰি থকা অসমৰ ভূমিত আমি উচ্ছেদ অভিযান অব্যাহত ৰাখি আমাৰ চৰকাৰৰ সময়ত ডেৰ লাখ বিঘা ভূমিৰ পৰা অচিনাকি লোকক উচ্ছেদ কৰিছিলোঁ৷ এয়া আছিল আমাৰ বাবে প্ৰত্যাহ্বানসদৃশ৷ অচিনাকিয়ে দখল কৰা আমাৰ ভূমি পুনৰ উদ্ধাৰ কৰি আমাৰ অসমৰ অধিকাৰ সুৰক্ষিত কৰাৰ দৃঢ় স্থিতিত আমি অটল থাকিম। আমাৰ স্থিতি স্পষ্ট— অসমৰ মাটিৰ প্ৰতিটো ইঞ্চি অবৈধ দখলৰ পৰা মুক্ত কৰা হ'বই। অসমৰ ভূমি কেৱল অসমৰ জনতাৰ বাবে। ইয়াৰ বাবে লাগিব কেৱল আপোনালোকৰ আশীৰ্বাদ৷ আমাৰ পৰৱৰ্তী লক্ষ্য ৫ লাখ বিঘা ভূমি অবৈধ লোকৰ পৰা উদ্ধাৰ কৰা৷

1.5 lakh bighas (50,000 acres) illegal encroachments EVICTED.

Are we done yet? Nah, Ye Dil Mange More.

Our target is to free up 5 Lakh Bighas of encroached land by 2031 and safeguard Assam's Jati, Mati and Bheti.

কে.কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় (কলগাছিয়া)ৰপ্রাক্তন শিক্ষার্থী সন্মিলনীৰ উদ্যোগতপ্রাক্তন শিক্ষার্থী সমাৰোহস্থানঃ কে...
22/03/2026

কে.কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় (কলগাছিয়া)ৰ

প্রাক্তন শিক্ষার্থী সন্মিলনীৰ উদ্যোগত

প্রাক্তন শিক্ষার্থী সমাৰোহ

স্থানঃ কে. কে. পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয় প্রাঙ্গণ

দিনাংক:

১৩১৪

আৰু

১৫

এপ্রিল-২০২৬ ইং।

স্মৃতিগ্ৰন্থৰ বাবে লেখা আহ্বান

কে.কে পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আগন্তক প্রাক্তন শিক্ষার্থী সমাৰোহ উপলক্ষে প্রকাশ হ'ব লগীয়া স্মৃতিগ্ৰন্থৰ বাবেপ্ৰাক্তন শিক্ষার্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু শুভানুধ্যায়ী সকলৰ পৰা স্মৃতিমূলক লেখা, প্রবন্ধ, কবিতা আদি লেখা ৩০ মার্চ ২০২৬ ইং আগত প্ৰেৰণ কৰিবলৈ আহ্বান জনোৱা হ'ল।

Address

Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when Kalgachia Darpan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share